মণিপুৰৰ পাঁচখন জিলাত ৬ দিনৰ মূৰত ইণ্টাৰনেট সেৱা মুকলি

৬ দিনৰ পিছত মণিপুৰ চৰকাৰে ইণ্টাৰনেট সন্দৰ্ভত লৈছে ডাঙৰ সিদ্ধান্ত। উপত্যকা ভিত্তিক পাঁচখন জিলাত বন্ধ হৈ থকা ইণ্টাৰনেট সেৱা পুনৰ মুকলি হ’ব। তদুপৰি মঙলবাৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশো দিছে…

৫ খন জিলাত ইন্টাৰনেট বন্ধ, ৩খনত সান্ধ্য আইন; মণিপুৰলৈ ২০০০ চি আৰ পি এফ জোৱান প্ৰেৰণ

মণিপুৰত আকৌ এবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। মঙলবাৰে আইন-শৃংখলা সন্দৰ্ভত ৰাজভৱন অভিমুখে পদযাত্ৰা কৰে হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে। এই সময়তে ছাত্ৰ-ছাত্ৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা হতাহতিত আহত হয় ৫০ জনতকৈ…

অৰু্‌ণাচলত দ খাৱৈত বাগৰিল সেনাৰ ট্ৰাক! শ্বহীদ ভাৰতীয় সেনাৰ ৩ বীৰ জোৱান

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ সুৱনিশিৰি জিলাত মঙলবাৰে সেনাৰ এখন ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰাত থিতাতে নিহত হয় তিনিগৰাকী ভাৰতীয় সেনা জোৱান। এই শোকাবহ দুৰ্ঘটনাত আন চাৰিজন জোৱান আহত…

ত্ৰিপুৰাত ভয়ংকৰ বান পৰিস্থিতি! ৭ জনৰ মৃত্যু, সন্ধানহীন ২ জন

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাত বিগত ৪৮ ঘণ্টাধৰি দি থকা ধাৰাসাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিত এতিয়ালৈকে ৭ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে দুজন লোক সন্ধানহীন হৈ আছে। মঙলবাৰে এই তথ্য সদৰী…

উত্তৰ-পূবত পুনৰ আটক ৭জন অবৈধ বাংলাদেশী নাগৰিক

ডিজিটেল ডেস্কঃ পুনৰ উত্তৰ-পূবত আটক অবৈধ বাংলাদেশী নাগৰিক। সোমবাৰে ত্ৰিপুৰাত সীমান্ত সুৰক্ষা বাহিনীয়ে অভিযান চলাই শিশু আৰু মহিলাসহ ৭ জন বাংলাদেশী নাগৰিকক আটক কৰাৰ লগতে কেইবা লাখ টকা মূল্যৰ নিচাজাতীয়…

কংগ্ৰেছত খহনীয়া! দল বিৰোধী কাৰ্য্যকলাপৰ বাবে নিলম্বনৰ পিছতে NPPত যোগদান মেঘালয়ৰ ৩ কংগ্ৰেছ বিধায়কৰ

মেঘালয় কংগ্ৰেছত খহনীয়া। কংগ্ৰেছ এৰি নেশ্যনেল পিপলছ পাৰ্টিত যোগদান দুই নিলম্বিত কংগ্ৰেছ বিধায়কসহ তিনি বিধায়কৰ। সোমবাৰে আনুষ্ঠানিকভাৱে এন পি পিত যোগদান কৰিছে তিনি কংগ্ৰেছ বিধায়ক ক্ৰমে- মাউহাটীৰ চাৰ্লছ মাৰ্ংগাৰ, নংষ্ট’ইনৰ…

মণিপুৰত নিৰাপত্তা বাহিনীৰ ব্যাপক অভিযানত অস্ত্ৰ আৰু গোলাবাৰুদৰ বৃহৎ ভাণ্ডাৰ উদ্ধাৰ

ডিজিটেল ডেস্কঃ মণিপুৰত অবৈধ মাৰাণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে অব্যাহত ৰখা ব্যাপক অভিযানৰ মাজতে দেওবাৰে পাহাৰ আৰু উপত্যকা জিলাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। থৌবাল জিলাত উয়ক চিং লেইৰংথেল…

নৃশংস! ৫ দিন ধৰি বন্দী কৰি ৰাখি ধৰ্ষণ ১৩ বছৰীয়া কিশোৰীক, ৫ অভিযুক্তক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ এগৰাকী ১৩ বছৰীয়া নাবালিকাক ৫ দিন ধৰি বন্দী কৰি ৰাখি বলাৎকাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৫ জন লম্পট যুৱকক। অৰুণাচল প্ৰদেশৰ ডাপৰিজোৰ গান্ধী মাৰ্কেট এলেকাত সংঘটিত এই…

ধৰ্মীয় উপাসনাক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটা মাউজিম্বুইন গুহাত আৰক্ষী মোতায়েনৰ নিৰ্দেশ মেঘালয় উচ্চ ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ বাৰ্ষিক তীৰ্থযাত্ৰাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পিছতে মেঘালয় উচ্চ ন্যায়ালয়ে পূব খাছি পাহাৰ জিলাৰ মাউজিম্বুইন গুহাত আৰক্ষী মোতায়েনৰ নিৰ্দেশ দিছে। মেঘালয় ৰাজ্য, ড’ৰবৰ শ্বনং মৌছিনৰাম আদিৰ বিৰুদ্ধে যাত্ৰা…

ভাৰতত বাঢ়িছে অবৈধ অনুপ্ৰৱেশ! আগৰতলা ৰে’লৱে ষ্টেছনত পুনৰ গ্ৰেপ্তাৰ ১৬ বাংলাদেশী নাগৰিক

ডিজিটেল ডেস্কঃ বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ মাজতে ভাৰতত পুনৰ গ্ৰেপ্তাৰ অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী। মঙলবাৰে ত্ৰিপুৰাৰ আগৰতলা ৰে’লৱে ষ্টেচনত গ্ৰেপ্তাৰ কৰা হয় ১৩ জন পুৰুষ আৰু ৩গৰাকী মহিলাসহ মুঠ ১৬ জন বাংলাদেশী…