প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

প্ৰতিবাদী কৃষকৰ দিল্লী যাত্ৰা কাৰ্যসূচী স্থগিত ৰখা হৈছে । পঞ্জাবৰ এগৰাকী কৃষক নেতাই জনোৱা অনুসৰি, প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত শুকুৰবাৰে নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত তেওঁলোকৰ কেইজনমান প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হোৱাৰ…

ৰাজ্যসভাৰ নিয়ম উলংঘনঃ বিপদত কংগ্ৰেছ সাংসদ!

ৰাজ্যসভাৰ কংগ্ৰেছৰ সাংসদ অভিষেক মনু সিংভিৰ আসনত নগদ ধনৰ বাণ্ডিল উদ্ধাৰ হোৱা পাছতে এই বিষয়টোক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এই সমগ্ৰ ঘটনা ৰাজ্যসভাৰ সভাপতি তথা উপ ৰাষ্ট্ৰপতিয়ে ৰাজহুৱা কৰাৰ…

অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ…

শুকুৰবাৰে দিল্লীৰ ভাৰত মণ্ডপামত ৩দিনীয়া অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে দিল্লী আজি উত্তৰ-পূৰ্বাঞ্চলৰ দৰে হৈ পৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ বৈচিত্ৰময় ৰঙে ৰাষ্ট্ৰীয় ৰাজধানীত এক সুন্দৰ ৰামধেনুৰ সৃষ্টি…

আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব দেৱেন্দ্ৰ ফাড়নাভিছে…

আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব দেৱেন্দ্ৰ ফাড়নাভিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি বহু বিশিষ্ট নেতা এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব । বিজেপিৰ কেন্দ্ৰীয়…

দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা এখন চলচ্চিত্ৰ ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শকে ব্যাপক সহাৰি আগবঢ়াইছে ৷অলপতে সংসদ ভৱনত এক বিশেষ প্ৰদৰ্শনীত বহুচৰ্চিত দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখন উপভোগ…

কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

শিৰোমণি অকালি দলৰ নেতা সুখবীৰ সিং বাদলক লক্ষ্য কৰি আক্ৰমণ । অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ প্ৰৱেশদ্বাৰত এজন লোকে সুখবীৰ সিং বাদলক লক্ষ্য কৰি গুলীচালনা কৰে । কোনো মতে ৰক্ষা পৰে শিৰোমণি…

দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

প্ৰধানমন্ত্ৰী আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ পাছত মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ নিজ…

গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

বিৰোধী উপ-দলপতি গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদান কৰাৰ বাবে লোকসভা সচিবালয়ক নিৰ্দেশ দিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই । লোকসভাৰ অধ্যক্ষৰ নিৰ্দেশত লোকসভা সচিবালয়ে সাংসদসকলৰ বাবে অষ্টদশ লোকসভাৰ আসনৰ…

জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

মঙলবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াক সাক্ষাৎ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সিন্ধিয়াৰ চৰকাৰী বাসগৃহত প্ৰায় ৩০ মিনিট ধৰি চলা কথোপকথনত মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক…

৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

মঙলবাৰে ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰে। দীৰ্ঘদিনে অসুস্থতাত ভূগি থকা শংকৰ বিগত কেবাদিনে নয়ডাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছিল। তেওঁৰ শেষ ইচ্ছা…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ
পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে