৭১ত পাকিস্তানে জমা দিয়া বন্দুককেইটা ১০টাকৈ গুলী ভৰাই আমাক দিয়কঃ বেলুচ আৰ্মী

পাকিস্তানৰ বেলুচিস্তান অঞ্চলৰ স্বাধীনতা দাবীত বিদ্ৰোহ কৰি অহা বেলুচিস্তান লিবাৰেচন ফ্ৰণ্ট চমুকৈ বিএলএফে শেহতীয়াকৈ পুনৰবাৰ সক্ৰিয় হৈছে৷ বেলুচ জাতিতাত্ত্বিক বিচ্ছিন্নতাবাদী সশস্ত্ৰ গোটে বেলুচিস্তান অঞ্চলৰ মুক্তিৰ দাবীত দীৰ্ঘকালে বিদ্ৰোহ কৰি গৈছে৷…

ভয়াবহ ভূমিকম্প এক হাজাৰৰ মৃত্যু

২৮ মাৰ্চত ৭.৭ ৰিখটাৰ স্কেলৰ এক ভয়াবহ ভূমিকম্পই ম্যানমাৰক তচ-নচ কৰি পেলাইছে। বৰ্তমানলৈকে  ১,০০০  লোকে প্ৰাণ হেৰুওৱাৰ লগতে ১,৫০০ জন আঘাতপ্ৰাপ্ত হৈছে বুলি ৰাষ্ট্ৰীয় টেলিভিছনে প্ৰকাশ কৰিছে। সেনা-নিয়ন্ত্ৰিত চৰকাৰে আনুষ্ঠানিকভাৱে…

ম্যানমাৰত ৭.৭ ৰিক্টাৰ স্কেলৰ ভূমিকম্প, খহি পৰিল অট্টালিকা

শুকুৰবাৰে ম্যানমাৰত ৭.৭ ৰিক্টাৰ স্কেলৰ ভূমিকম্প এটা অনুভৱ কৰা হৈছে। ইয়াৰ কম্পন অসমৰ গুৱাহাটী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য অঞ্চলৰ লগতে দিল্লী-এনচিআৰতো অনুভৱ কৰা হৈছে। বাংলাদেশ, ভাৰত, লাওছ, ম্যানমাৰ (বৰ্মা), থাইলেণ্ড আৰু…

কিদৰে অধিক সুদৃঢ় হ’ব অসম-ভূটানৰ মাজৰ সম্পর্ক…

ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ। ভাৰত-ভূটানৰ মাজত অতিৰিক্ত পথ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব…

তিনিদিনীয়া ভ্ৰমণসূচীৰে সপত্নীৰ সৈতে ভূটানত মুখ্যমন্ত্ৰী

তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে সোমবাৰে ভূটানত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে তেওঁ ৰাজকীয় দেশখন ভ্ৰমণৰ উদ্দেশ্যে সোমবাৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত হয় । মুখ্যমন্ত্ৰী…

গাল্ফ এয়াৰৰ বিমানৰ কাৰিকৰী বিজুতিৰ বাবে কুৱেইট বিমানবন্দৰত আৱদ্ধ ভাৰতীয়

কুৱেইটৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হাহাকাৰ প্ৰায় ৬০ গৰাকী ভাৰতীয় যাত্ৰীৰ । ১৩ ঘণ্টাৰো অধিক সময় ধৰি বিমানবন্দৰত আবদ্ধ ভাৰতীয় যাত্ৰীসকল । তেওঁলোকে যাত্ৰা কৰা গাল্ফ এয়াৰৰ বিমানখনৰ কাৰিকৰী বিজুতিৰ বাবে কুৱেইটত…

ভাৰতত উপস্থিত বিশ্ব এথলেটিকছৰ সভাপতি…

সোমবাৰে ক্ৰীড়া মন্ত্ৰী মানসুখ মাণ্ডৱিয়াক সাক্ষাৎ কৰে বিশ্ব এথলেটিকছৰ সভাপতি চেবাষ্টিয়ান ক’ৱে। ২০৩৬ চনত ভাৰতত অলিম্পিক আয়োজন কৰাৰ উদ্দেশ্য আৰু দেশত এথলেটিকছৰ বিকাশ সন্দৰ্ভত মাণ্ডৱিয়াৰ সৈতে আলোচনাত মিলিত হয় চেবাষ্টিয়ান।…

আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ গৌতম আদানীৰ বিৰুদ্ধে হাজাৰ হাজাৰ কোটি টকাৰ ঘোটালা সংঘটিত কৰা আৰু ৰাজহুৱা সম্পত্তি দখল কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে কংগ্ৰেছ দলে৷ ৬২ বছৰীয়া গৌতম আদানিৰ বন্দৰ,…

ড’নাল্ড ট্ৰাম্পৰ দখলত হোৱাইট হাউছ…

বিশ্বৰ শক্তিধৰ দেশ আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল ড’নাল্ড ট্ৰাম্প। দ্বিতীয়টো কাৰ্যকালৰ বাবে হোৱাইট হাউছৰ বাসিন্দা হ’ব ট্ৰাম্প। কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ট্ৰাম্পে সহজতে স্পৰ্শ কৰে জয়ৰ বাবে…

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপঃ কোন কোন টেষ্ট চেম্পিয়নশ্বিপৰ দাবীদাৰ…

১১ জুন, ২০২৫ৰ পৰা আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ। এই চেম্পিয়নশ্বিপ কাৰ কাৰ মাজত অনুষ্ঠিত হ’ব তাক লৈ ইতিমধ্যে ব্যাপক  চৰ্চা আৰম্ভ হৈছে। মূল যুঁজখন অব্যাহত আছে ভাৰত, দক্ষিণ আফ্ৰিকা,…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু