ৰাজসিংহাসনত ৰূপময়ী কন্যা, বিশ্বজুৰি চৰ্চা

সুন্দৰী কন্যা এগৰাকী ৰাজসিংহাসনত বহিছে৷ তাকে লৈ সমগ্ৰ বিশ্বত চৰ্চা হৈছে৷ চৰ্চা হ’বই৷ তেওঁ সঁচাকৈ ৰূপৱতী৷ এছিয়া মহাদেশৰ দেশ থাইলেণ্ডৰ শাসক পৰিৱৰ্তন হৈছে৷ নতুন শাসকগৰাকীয়ে দায়িত্বভাৰ লাভ কৰিছে৷ নতুনকৈ দায়িত্বভাৰ…

এলন মাস্কৰ ইমেইলৰ উত্তৰ নিদিয়াটোৱেই অপৰাধ! জ্যেষ্ঠ কৰ্মচাৰীক চাকৰি এৰিবলৈ বাধ্য কৰাই ৫ কোটি টকাৰ ক্ষতিপূৰণ ভৰিবলগীয়া হ’ল X-য়ে

ডিজিটেল ডেস্কঃ এগৰাকী জ্যেষ্ঠ কৰ্মচাৰীক অন্যায়ভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰি ভাৰতীয় মূল্যত প্ৰায় ৫ কোটি টকাৰ ক্ষতিপূৰণ ভৰিবলগীয়া হ’ল এলন মাস্কৰ এক্স (পূৰ্বে টুইটাৰ)য়ে। বাতৰি অনুসৰি, এক্সৰ আয়াৰলেণ্ডস্থিত ইউৰোপীয় মুখ্য…

আকৌ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে তুলিছে খলকনি! আদানীৰ সৈতে কি সম্পৰ্ক ছেবিৰ অধ্যক্ষ মাধৱী বুচৰ

নিউজ ডেস্কঃ আকৌ এবাৰ ভাৰতৰ ধনাঢ্য পুজিপতি গৌতম আদানীক লৈ বিস্ফোৰণ ঘটনাইছে আমেৰিকান শ্বৰ্ট চেলিং কোম্পানী হিণ্ডেনবাৰ্গে। ডেৰ বছৰ পূৰ্বে একেটা কোম্পানীয়েই আদানীৰ কোম্পানীৰ জালিয়াতিক লৈ প্ৰকাশ কৰা এখন বিশদ…

প্ৰতিবাদকাৰীৰ সকিয়নীৰ পিছতে পদত্যাগ বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ

ডিজিটেল ডেস্কঃ বাংলাদেশৰ ব্যাপক হিংসাত্মক পৰিস্থিতি আৰু প্ৰতিবাদকাৰীৰ দ্বাৰা পদত্যাগৰ দাবী উত্থাপনৰ পিছতে শনিবাৰে ন্যায়াপালিকাৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰে বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ওবাইদুল হাছানে। শনিবাৰে ঢাকাৰ উচ্চতম…

মই এতিয়াও কঁপি আছো…! ব্ৰাজিলৰ বিমান দুৰ্ঘটনাত নিহত ৬২ জন, সৌভাগ্যই প্ৰাণ ৰক্ষা কৰিলে কেইবাজনৰো

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ব্ৰাজিলৰ চাও পাওলোৰ সমীপত সংঘটিত হোৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু ঘটে বিমানখনত থকা ৬২ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰৰ। জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত বিমানখনত ৫৮…

জাপানত ভূমিকম্পৰ তীব্ৰ জোকাৰণি, চুনামীৰ সতৰ্কবাণী জাৰি

ডিজিটেল ডেস্কঃ ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে পুনৰ কপাই গ’ল জাপান। বৃহস্পতিবাৰে জাপানৰ দক্ষিণ-পশ্চিম অঞ্চলত অনূভূত হয় তীব্ৰ জোকাৰণি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.১। ভূমিকম্পপ্ৰৱণ দেশখনত বৃহস্পতিবাৰে পুৱা অনুভূত হোৱা এই…

প্ৰতিবাদৰ সন্মুখত নতশিৰ হাছিনাৰ পদত্যাগ, দেশ এৰি পলায়ন

ডিজিটেল ডেস্কঃ চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে পদত্যাগ পত্ৰ প্ৰদান কৰি দেশ এৰি পলায়ন কৰিবলগীয়া হ’ল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। দেশখনৰ সেনাৰ সূত্ৰই…

প্ৰতিবাদৰ জুইত জ্বলিছে বাংলাদেশ! ৩ শতাধিকৰ মৃত্যু, অচল ইণ্টাৰনেট

ডিজিটেল ডেস্কঃ বাংলাদেশত পুনৰ উকমুকোৱা চৰকাৰ বিৰোধী প্ৰতিবাদত মৃত্যুৰ সংখ্যা ৩০০ জনলৈ বৃদ্ধি পাইছে। দেওবাৰৰ দিনটোতে ৰাজ্যখনত শতাধিক প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে আন কেইবা শতাধিক আহত হোৱাৰ খবৰ পোৱা গৈছে।…

সাগৰ তীৰত আত্মঘাটী সন্ত্ৰাসবাদী নিৰ্বিচাৰ আক্ৰমণ, ৩২ জন সাধাৰণ নাগৰিকৰ মৃত্যু

ডিজিটেল ডেস্কঃ পূব আফ্ৰিকাৰ দেশ ছোমালিয়াৰ এখন জনপ্ৰিয় সাগৰ তীৰত শুকুৰবাৰে নিশা আত্মঘাটী সন্ত্ৰাসবাদীৰ আক্ৰমণত ৩২ জন লোক নিহত হোৱাৰ লগতে আন কেইবা ডজনো লোক আহত হোৱা বুলি ৰাষ্ট্ৰখনৰ প্ৰতিৰক্ষা…

কমলা হেৰিছ অযোগ্য, উগ্ৰ বাওঁপন্থী, উন্মাদ

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা জ’ বাইদেনে নাম প্ৰত্যাহাৰৰ পাছতে ভাৰতীয় বংশোদ্ভৱ কমলা হেৰিছৰ বাবে ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাট মুকলি হৈছে৷ কমলা হেৰিছৰ নাম চৰ্চাত অহাৰ লগে লগে আক্ৰমণ…