ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা ঘোষণা, চলিত বৰ্ষত ১৩ শিক্ষকক এই বঁটা

গুৱাহাটীঃ আজি ৰাজ্য চৰকাৰে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা ঘোষণা কৰিছে৷ চলিত বৰ্ষত ১৩ শিক্ষকক এই বঁটা প্ৰদান কৰা হৈছে৷ ৫ ছেপ্তেম্বৰত শিক্ষক দিৱসৰ দিনটোত দিয়া হ’ব বঁটাসমূহ৷ ৰাজ্য চৰকাৰৰ উদ্যোগত…

চাকৰি নিয়মীয়া হ’ল যদিও কমকৈ পাব দৰমহা, ঠিকাভিত্তিক শিক্ষকক অন্যায় কৰিলে নেকি চৰকাৰে?

গুৱাহাটীঃ আজি গুৱাহাটীৰ খানাপাৰাত ৰাজ্য চৰকাৰে সমগ্র শিক্ষা অভিযানৰ ঠিকাভিত্তিক আৰু ষ্টেটপুলৰ ২৩,৯৫৬গৰাকী শিক্ষকক স্থায়ী চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰে৷ কেইবা হাজাৰ লোকৰ উপস্থিতিত চাকৰি নিয়মীয়া কৰা শিক্ষকক নিযুক্তি পত্ৰ…

বঙাইগাঁৱত অনা অসমীয়াৰ দপদপনিৰ অভিযোগ, গঠন হ’ল ‘খিলঞ্জীয়া ঐক্য মঞ্চ’

বঙাইগাঁওঃ উজনি অসমত আৰম্ভ হোৱা খিলঞ্জীয়া ঐক্য অভিযান এইবাৰ আৰম্ভ হৈছে নামনি অসমত। জাতীয় অস্তিত্ব ৰক্ষা আৰু থলগিৰীৰ সুৰক্ষাৰ দাবীত আৰম্ভ হোৱা এই অভিযান ক্ৰমে বিস্তাৰ হ’ব ধৰিছে। এইবাৰ নামনি…

জ্যেষ্ঠ সাংবাদিক জয়ন্ত দাসৰ দেহাৱসান, শোকৰ ছাঁ

বৰপেটাৰোড প্ৰেছ ক্লাৱৰ সভাপতি তথা বৰপেটাৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত দাসৰ আজি বিয়োগ ঘটে। বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত জয়ন্ত দাসে ইহলীলা সম্বৰণ কৰে। সমাজসেৱী তথা সাংবাদিক জয়ন্ত দাস দীৰ্ঘদিন ধৰি…

‘গাঁৱলৈ যাওঁ ব’লক’, জকাইচুকৰ লোকৰ সমস্যাৰ বুজ ল’লে লাহোৱাল-বৰবৰুৱা প্ৰেছ ক্লাৱে

লাহোৱালঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰু বৰবৰুৱা প্ৰেছ ক্লাৱে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। লাহোৱাল আৰু বৰবৰুৱা প্ৰেছ ক্লাৱে‘গাঁৱলৈ যাওঁ ব’লক’ কাৰ্যসূচী ৰূপায়ন কৰি জনগণৰ সমস্যাসমূহ দাঙি ধৰাৰ প্ৰয়াস কৰিছে। ডিব্ৰুগড় পশ্চিম…

ৰাজ্যত বিজেপি চৰকাৰৰ ৮ বছৰত ১৮,২৬২ টা বলাৎকাৰৰ ঘটনা….

ডিজিটেল ডেস্কঃ “বিগত কেইবামাহ ধৰি অসমত সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। ধিঙত ১৪ বছৰীয়া স্কুলীয়া ছাত্ৰীগৰাকীৰ দলবদ্ধ বলাৎকাৰৰ ঘটনাত জড়িত সকলক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰক্ষীৰ জিম্মাত থকা…

মনোমালিন্যঃ লখিমপুৰত আৰক্ষী কনিষ্টবলে পত্নীক হত্যা কৰি নিজেও গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত…

লখিমপুৰ চৰাইমৰীয়াৰ সমীপৰ বৰবচাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অসম আৰক্ষীৰ এগৰাকী আৰক্ষী কনিষ্টবলে কৰিলে পত্নীক হত্যা পত্নীক হত্যা কৰাৰ পাছত নিজেও চৰম পথ গ্ৰহণ কৰিছে কনিষ্টবলগৰাকীয়ে। জানিব পৰা মতে,…

অসম বন্ধৰ দিয়াৰ ভাবুকি নাথ যোগী ছাত্ৰ সন্থাৰ, ৰণোজ পেগুক সকীয়নি

কোকৰাঝাৰঃ নাথ যোগীৰ জনজাতিকৰণ সন্দৰ্ভত কোনোধৰণৰ লিখিত আবেদন পোৱা নাই বুলি বিধানসভাত ৰাজ্য চৰকাৰে উত্তৰ দিয়াৰ পাছতে সৰৱ হৈছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা। আজি কোকৰাঝাৰ সদৰ চহৰত সদৌ…

ফুটবল জগতত চৰ্চাত অসম সন্তান, নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাৱৰ সদস্য পাৰ্থিৱ

ফুটবল জগতত চৰ্চা হ’ব ধৰিছে এজন অসম সন্তানৰ নাম। এজন অসম সন্তানৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে ইতিহাস ৰচিবলৈ সক্ষম হ’ল। শিৱসাগৰ জিলাৰ সন্তান যুব ফুটবলাৰ পাৰ্থিৱ গগৈয়ে ইতিহাস…

ৰিপুন বৰা পুনৰ কংগ্ৰেছলৈ যে আহিব দুমাহ আগতে অৱগত আছিলো

তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ৰিপুন বৰাই দলৰ প্ৰাথমিক সদস্যপদ ত্যাগ কৰাৰ লগতেসভাপতি পদ ত্যাগ কৰিছে। ৰিপুন বৰাৰ সিদ্ধান্তৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ
পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে