‘মিয়া অ’ মিয়া…’! প্ৰতিবাদী বেনাৰ প্ৰিণ্ট কৰা প্ৰেছ ঘেৰাও কৰি প্ৰতিবাদত বাধা আৰক্ষীৰ, অভিযোগ অখিল গগৈৰ
গুৱাহাটীঃ অসুস্থ অখিল গগৈ বৰ্তমান চিকিৎসাধীন হৈ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। আজি তেওঁ অলপমান সুস্থ হৈ উঠিছিল। সেয়ে বিধানসভালৈ যোৱাৰ যো-জা চলাইছিল শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে। ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ…
আকৌ দাম বাঢ়িল! ১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত প্ৰতি লিটাৰ গাখীৰত বৃদ্ধি পাব ৩ টকা…
গুৱাহাটীত পুনৰ বৃদ্ধি পাব গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্য। জুন আৰু জুলাই মাহত দুবাৰকৈ মূল্য বৃদ্ধিৰ পিছত চলিত বছৰটোত তৃতীয় বাৰৰ বাবে গাখীৰৰ দাম বৃদ্ধি কৰিবলৈ সাজু হৈছে বৃহত্তৰ গুৱাহাটী…
শুকুৰবৰীয়া নামাজৰ নামত এতিয়াৰে পৰা বিধানসভাত নাথাকিব কোনো বিৰতি
নামাজক লৈ অসম বিধানসভাৰ ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা শুকুৰবাৰৰ নামাজৰ নামত বিধানসভাত নাথাকিব কোনো বিৰতি। পূৰ্বে শুকুৰবাৰৰ নামাজৰ বাবে দিনৰ ১১.৩০ বজাত দি অহা হৈছিল বিৰতি। চৈয়দ আব্দুল্লাৰ দিনৰে পৰা…
প্ৰেমৰ ছলনাৰে কিশোৰীক ধৰ্ষণ! ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সাধাৰণ সম্পাদকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
এইবাৰ কিশোৰী নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এজন কেন্দ্ৰীয় নেতাৰ বিৰুদ্ধে। প্ৰেমৰ ছলনাৰে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ সংগঠনটোৰ সহকাৰী সাধাৰণ সম্পাদক ৱাছিম আক্ৰামৰ বিৰুদ্ধে।…
শোকাবহ! প্ৰাতঃভ্ৰমণলৈ ওলাই অহা ২ মহিলাক মহতিয়াই থৈ গ’ল অজ্ঞাত বাহনে, দুয়োৰে মৃত্যু
মঙলদৈত ভয়ংকৰ ঘটনা। প্ৰাতঃভ্ৰমণলৈ ওলাই অহা দুই মহিলাক মহতিয়াই লৈ গ’ল অজ্ঞাত দ্ৰুতবেগী বাহনে। এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত দুয়োগৰাকী মহিলাৰ। মঙলদৈৰ পিপিৰাদোকানৰ শাকতোলাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই…
ভয়ংকৰ! পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ দুই হাত কাটি পলায়ন স্বামী ৰফিক উদ্দিনৰ
কাছাৰৰ ধলাইত ভয়ংকৰ ঘটনা। পৰকীয়া প্ৰেমৰ অভিযোগত পত্নীৰ দুই হাত কাটিলে স্বামীয়ে। ধলাইৰ জামালপুৰত সংঘটিত হৈছে এই ঘটনা। পত্নীক আক্ৰমণৰ পিছৰে পৰা পলাতক হৈ আছে অভিযুক্ত স্বামী ৰফিক উদ্দিন। গাঁওৰে…
অসমত নিষিদ্ধ হ’ল কাজী প্ৰথা! বিধানসভাত গৃহীত দ্য আছাম ৰিপিলিং বিল ২০২৪…
গুৱাহাটীঃ আজিৰে পৰা অসমত বন্ধ হ’ল কাজী প্ৰথা। আজি বিধানসভাত ‘দ্য আছাম ৰিপিলিং বিল ২০২৪’ উত্থাপন কৰাৰ সমান্তৰালভাৱে বাতিল কৰা হয় দ্য আছাম মুছলিম মেৰিজ এণ্ড ডিভ’ৰ্চ ৰেজিষ্ট্ৰেচন এক্ট ১৯৩৫।…
২০২৬ৰ নিৰ্বাচনত অসমত এখন অহংকাৰমুক্ত চৰকাৰ গঠন কৰিব কংগ্ৰেছেঃ সাংসদ গৌৰৱ গগৈ
গুৱাহাটীঃ ‘২০২৬ৰ বিধানসভা নিৰ্বাচনত অসমত আমি এখন অহংকাৰমুক্ত চৰকাৰ গঢ়িম।’ – এই দাবী কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাদী হেৰুওৱাৰ ভয়ত শংকিত হৈ পৰিছে বুলি মন্তব্য কৰি…
দুটা বছৰত বিভিন্ন মাধ্যমৰ বিজ্ঞাপনৰ বাবে চৰকাৰে ব্যয় কৰিছে ২২১ কোটি টকা
যোৱা দুটা বছৰত বিভিন্ন মাধ্যমত প্ৰকাশিত বিজ্ঞাপনৰ বাবে অসম চৰকাৰে ব্যয় কৰিছে ২২১ কোটি টকা। এই তথ্য প্ৰদান কৰিছে ৰাজ্য চৰকাৰৰ জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই। ক’ভিড-১৯ মহামাৰীৰ পাছত বাতৰি কাকত…
ইতিহাসৰ মঞ্চত অঘটন! নাটক কৰি থাকোতেই বাইকসহ বাগৰি পৰিল অভিনেতা যতীন বৰা, আহত ৭ জন
চেঙাত ইতিহাস থিয়েটাৰৰ নাট মঞ্চস্থ হৈ থকাৰ সময়তে সংঘটিত হ’ল এক অঘটন। ‘মহাৰাজ’ নাটকৰ সময়ত দৰ্শকৰ মাজেৰে বাইক চলাই যাওতে বাইকসহ বাগৰি পৰিল অভিনেতা যতীন বৰা। এই আকস্মিক দুৰ্ঘটনাত ৭…