কোনো বিধায়কেই কৰিব নোৱাৰিব উত্তেজনাপূৰ্ণ মন্তব্য! নিজ দলৰ প্ৰতিগৰাকী বিধায়কলৈ নিৰ্দেশ প্ৰদেশ কংগ্ৰেছৰ
গুৱাহাটীঃ ৰাজ্যত ধিং তথা অন্য প্ৰান্তত সংঘটিত কিশোৰী নিৰ্যাতনৰ ঘটনা আৰু উজনি অসমত সূত্ৰপাত ঘটা মিঞা হতাও অভিযানৰ মাজতে কংগ্ৰেছৰ প্ৰতিগৰাকী বিধায়কলৈ এক কঢ়া নিৰ্দেশ জাৰি কৰিছে অসম প্ৰদেশ কংগ্ৰেছ…
মিঞা খেদিবলৈ গৈ বিপদত শৃংখল চলিহা
🛑 মিঞা খেদিবলৈ গৈ বিপদত শৃংখল চলিহা 🛑 শৃংখল চলিহাই চহী কৰিব লাগিব বণ্ডত 🛑 শৃংখল চলিহাৰ লগতে সাতাইশজন অন্য সংগঠনৰ নেতাকো বণ্ডত চহী কৰিবলৈ চমন জাৰি …
যদি ৰাজ্য চলাব পৰা নাই, তেন্তে VRS লৈ নিজৰ ৰিজ’ৰ্টত জিৰণি লওক মুখ্যমন্ত্ৰীয়েঃ গৌৰৱ গগৈৰ পৰামৰ্শ
গুৱাহাটীঃ বিগত লোকসভা নিৰ্বাচনত ধুবুৰী, যোৰহাটৰ দৰে সমষ্টিত এটা বিশেষ দলৰ জয়লাভৰ পিছতে ধিং, মঙলদৈ আদিৰ দৰে ঠাইত জঘন্য অপৰাধৰ ঘটনা বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।…
গছ কাটি গুৱাহাটীৰ উন্নয়ন কৰিবলৈ আগবাঢ়িছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ
🛑 গছ কাটি গুৱাহাটীৰ উন্নয়ন কৰিবলৈ আগবাঢ়িছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ 🛑 নিশাৰ ভিতৰতে গুৱাহাটীৰ বহু গছ কাটি তহিলং কৰিলে চৰকাৰে 🛑 ৰুক্মিণী গাঁৱৰ পথৰ দাঁতিৰ…
দিল্লীত সাংবাদিকে প্ৰশ্ন কৰাৰ পূৰ্বে নিজৰ নাম উল্লেখ কৰ! শ্বাহ আলম নাম প্ৰংসগত নিজৰ ভুল ঢাকিবলৈ চেষ্টা মুখ্যমন্ত্ৰীৰ
গুৱাহাটীঃ শেহতীয়াকৈ ৰাজ্যৰ এটা সংবাদ প্ৰতিষ্ঠানৰ এগৰাকী সাংবাদিৰ নাম সুধি সেই নামটো সাম্প্ৰদায়িকতাৰ সৈতে সংপৃক্ত কৰি হিন্দু-মুছলমানৰ ৰাজনীতি কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টিত পাহাৰ কটা কাৰ্যক লৈ…
ধিঙৰ দৰে কাণ্ডৰ আঁৰত আছে ডাঙৰ ষড়যন্ত্ৰ! এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি পুনৰ সৰৱ মুখ্যমন্ত্ৰী
গুৱাহাটীঃ ধিং কাণ্ডৰ দৰে ঘটনাৰ আঁৰত আছে ডাঙৰ ষড়যন্ত্ৰ। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত শেহতীয়াকৈ সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা। ধিঙত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে সংঘটিত…
শিক্ষাবিদ ড০ দয়ানন্দ শ্বাহক ‘এডুকেটৰ অৱ ছ’চিয়েল ৰিফৰ্মাৰ’ বঁটা প্ৰদান
গুৱাহাটীঃ দীৰ্ঘ দিনে সমাজৰ পিছপৰা শ্ৰেণীৰ হকে কাম কৰি অহা শিক্ষাবিদ, বিশিষ্ট সামজকৰ্মী ড০ দয়ানন্দ শ্বাহক ‘এডুকেটৰ অৱ ছ’চিয়েল ৰিফৰ্মাৰ’ বঁটা প্ৰদান কৰা হৈছে। ডিব্ৰুগড়ৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ শিক্ষাবিদ, বিশিষ্ট…
পিশাচৰ উপদ্ৰৱ! পুনৰ ৰাজ্যত কামনাৰ বলি আন এগৰাকী কিশোৰী…
ৰাজ্যত অব্যাহত আছে পিশাচৰ উপদ্ৰৱ। ধিঙৰ জঘন্য কাণ্ডক লৈ মানুহৰ মনত জ্বলা ক্ষোভৰ জুইকুৰাত পুনৰ ঘি ঢালিছে আন এক পৈষাচিক কাণ্ডই। এইবাৰ তামুলপুৰ জিলাৰ গোৰেশ্বৰত এজন পাষণ্ডৰ কামনাৰ বলি হ’ল…
এজন মুছলমানৰ পৰা সনাতনী উপহাৰ, মুখ্যমন্ত্ৰীয়ে ক’লে…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিলচৰ ভ্ৰমণৰ সময়তে শনিবাৰে তেওঁক এক বিশেষ উপহাৰ প্ৰদান কৰিলে এজন যুৱকে। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব অহা যুৱকজনে উপহাৰ হিচাপে প্ৰদান কৰিলে কাঠৰ ওপৰত নিখুঁতভাৱে চিত্ৰিত কৰা…
ধিঙৰ ভুক্তভোগী কিশোৰীগৰাকীৰ শিক্ষাৰ খৰচ বহন কৰিব আছুৱে…
ধিঙত তিনিটাকৈ নৰপিশাচৰ কামনাৰ বলি হোৱা কিশোৰীগৰাকীৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে সদৌ অসম ছাত্ৰ সন্থা। ভুক্তভোগী ছাত্ৰীগৰাকীৰ পঢ়া-শুনাৰ দায়িত্ব গ্ৰহণ কৰিব আছুৱে। এই কথা সদৰী কৰিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি…