আকৌ বৰষুণ! ২০ খন জিলাত ইয়েল’ এলাৰ্ট জাৰি
ৰাজ্যত পুনৰ বৰষুণৰ আগজাননী। ৰাজ্যৰ কেইবাখনো জিলাত মধ্যমীয়াৰ পৰা অতিপাত বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ২০ খন জিলাত জাৰি কৰা হৈছে ইয়েল’ এলাৰ্ট। দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ,…
গুৱাহাটীৰ চিটি চেণ্টাৰত বোমাতংক
গুৱাহাটীৰ চিটি চেণ্টাৰত বোমাতংক। জি এছ ৰোডস্থিত চিটি চেণ্টাৰত সৃষ্টি হয় বোমাতংক। ইয়াৰ পিছতে খালী কৰি দিয়া হয় ৮ মহলীয়া অট্টালিকাটো। বন্ধ কৰি দিয়া হয় ছবিগৃহ আৰু সকলো দোকান-পোহাৰো। মাইকযোগে…
‘কংগ্ৰেছৰ কথা কংগ্ৰেছক সোধক, মোক কিয় সুধিছে?’ বুলি কৈ সাংবাদিককে নীতিশিক্ষা মুখ্যমন্ত্ৰীৰ
গুৱাহাটীঃ কেইদিনমান আগলৈকে মিডিয়াৰ বুমৰ সন্মুখত যাচি যাচি কংগ্ৰেছৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকে কংগ্ৰেছক লৈ সোধা প্ৰশ্নৰ পিছতে নীতি শিক্ষা দিয়া আৰম্ভ কৰিলে সংবাদ কৰ্মীকে। ২০২৬…
BPF-UPPL একেলগ হ’ব?
বড়োলেণ্ডৰ স্বাৰ্থত শাসক বিৰোধী সকলোকে একগোট হ’বলৈ আহ্বান জনালে এবছুৱে। BJP-BPF-UPPL সকলোকে একেলগ হৈ বড়োলেণ্ডৰ বাবে কাম কৰিবলৈ আহ্বান এবছুৰ সভাপতি দ্বীপেন বড়োৰ। বড়ো চুক্তিৰ স্বাৰ্থতেই শাসক বিৰোধীলৈ এই আহ্বান…
বানপানীৰ সময়ত দাম বাঢ়েই, এই মাহৰ পৰা দাম কমিব শাক-পাচলিৰ! দায়সৰা মন্তব্য মুখ্যমন্ত্ৰীৰ…
গুৱাহাটীঃ ‘বানপানীৰ বাবে শাক-পাচলিৰ দাম বৃদ্ধি পাইছিল। এতিয়া বানপানী গ’ল, দাম কমিব।’ -এনে মন্তব্য কৰিয়েই মূল্যবৃদ্ধি প্ৰসংগত নিজৰ দায় সামৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বজাৰত পুনৰ জুই লাগিছে। পুনৰ বৃদ্ধি…
অনা-অসমীয়াৰ বিৰুদ্ধে শিৱসাগৰৰ ৰাজপথত কেইবা সহস্ৰাধিক অসমীয়াৰ উত্তাল প্ৰতিবাদ, শীঘ্ৰে সলনি হ’ব মাৰোৱাৰী পট্টিৰ নাম…
গুৱাহাটীঃ অসমৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক অনা-অসমীয়া ব্যৱসায়ীয়ে কৰা কথিত আক্ৰমণৰ বিৰুদ্ধে আজি শিৱসাগৰৰ ৰাজপথ কঁপাইছে ৩০টাকৈ দল-সংগঠনে। সহস্ৰাধিক লোকে আজি শিৱসাগৰৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি অসমত ব্যৱসায় চলাই অহা…
নাগৰিকত্ব সংশোধনী আইন অসমৰ বাবে ক্ষতিকাৰকঃ অসম গণ পৰিষদ
গুৱাহাটীঃ বিজেপিৰ সৈতে একেলগে গাদী শ্বেয়াৰ কৰি ক্ষমতাত মচগুল অতুল বৰা, কেশৱ মহন্তৰ দৰে অসম গণ পৰিষদৰ শীৰ্ষ পৰ্যায়ৰ নেতা। আনফালে পুনৰ এবাৰ নাগৰিকত্ব সংশোধনী আইনক লৈ সৰৱ হৈ পৰিছে…
হ্ৰাস পালে বিলাতী সুৰাৰ মূল্য! জানি লওক কাৰ কিমান নতুন দাম
গুৱাহাটীঃ ৰাজ্যত হ্ৰাস পালে বিলাতী সুৰাৰ মূল্য। আবকাৰী শুল্ক হ্ৰাসৰ পৰিপ্ৰেক্ষিতত বিলাতী সুৰাৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আবকাৰী বিভাগে। ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ কেইবাটাও বিলাতী সুৰাৰ বাবে…
বিপদত শৃংখল! দিছপুৰ থানাত এজাহাৰ দাখিল বীৰ লাচিত সেনাৰ নেতাগৰাকীৰ বিৰুদ্ধে
বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল। দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে গৌৰৱ সোমানী নামৰ হেঙেৰাবাৰীৰ এজন লোকে। মাৰোৱাৰী, ভোজপুৰি, বেংগলী আৰু আন আন সম্প্ৰদায়ক ভীতি প্ৰদৰ্শন কৰাৰ…
১৫ আগষ্টৰ বোমা কাণ্ডক লৈ নলবাৰীত আটক ৰাইজৰ দলৰ নেতাক
নলবাৰীঃ ১৫ আগষ্টৰ দিনটোত ৰাজ্যজুৰি আতংকৰ সৃষ্টি কৰা বোমাকাণ্ডক লৈ আটক কৰা হৈছে ৰাইজৰ দলৰ এগৰাকী নেতাক। নলবাৰীত আটক কৰা হৈছে ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিৰ সভাপতি জ্ঞানেন চক্ৰৱৰ্তীক। ইফালে…