গ্লানি সহি থাকিব নোৱাৰি, কংগ্ৰেছ ত্যাগ অকণ বৰাৰ
পুত্ৰই বিজেপিত যোগদানৰ পাছৰে পৰা গ্লানিৰ সন্মুখীন হৈ আহিছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অকণ বৰা। দিছপুৰৰ প্ৰাক্তন বিধায়ক তথা তৰুণ গগৈ চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰী অকণ বৰাই লাজে-অপমানে দলৰ সকলো পদবী…
এইবাৰ যোৰহাট নহয়, ২০২৬ত গোলাঘাটবাসীয়ে ভাগ্য উদয় কৰিব নে গৌৰৱ গগৈৰ?
আগন্তুক ২০২৬ চনৰ নিৰ্বাচনত ৰাজ্যৰ কোন সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব যোৰহাটৰ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে৷ এই চৰ্চাৰ মাজতে কংগ্ৰেছৰ এটা ব্লক সমিতিয়ে কিছু কথা স্পষ্ট কৰাত…
অসম আৰক্ষীক কৰি দিয়ক এই কাম, উপাৰ্জন কৰক ৫ লাখ টকা
অসম আৰক্ষীয়ে বোমা স্থাপন সন্দৰ্ভত চলাই থকা অভিযানত জনসাধাৰণক সমৰ্থন আৰু সহায়ৰ বাবে অনুৰোধ জনাইছে। এই সমৰ্থন আৰু সহায় কৰাৰ বিনিময়ত অসম আৰক্ষীয়ে আপোনাক ৫ লাখ টকাৰ উপাৰ্জন কৰাৰ সুন্দৰ…
স্মাৰ্ট মিটাৰৰ নামত অত্যাধিক মাছুল সংগ্ৰহ, বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও
স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি গোলাঘাটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ গোলাঘাটৰ বিদ্যুৎ বিভাগৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ জনাই স্মাৰ্ট মিটাৰৰ সংযোগ বন্ধ কৰাৰ লগতে অত্যাধিক মাছুল…
টাৰ্গেট কেৱল হিমন্তই নহয়, সহযোগী দলৰ লগতে সংবাদ মাধ্যমকো টাৰ্গেট কৰি ল’লে অখিল গগৈয়ে
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ ২৫ স্থানত আলফা স্বাধীনে স্থাপন কৰা বোমা ক্ৰমে উদ্ধাৰ হৈ আছে৷ ৰাজধানী গুৱাহাটী মহানগৰীতো আলফা স্বাধীনে বোমা স্থাপন কৰিছিল যদিও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ আলফা…
মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী লুৰীণজ্যোতি গগৈৰ
আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ ২৫ স্থানত আলফা স্বাধীনে বোমা স্থাপনৰ ঘটনাক লৈ চৰকাৰৰ ব্যৰ্থতাক…
শিক্ষয়িত্ৰীয়ে উলংগ হৈ ভিডিঅ’ বনাই দিছিল অধ্যক্ষক, অধ্যক্ষই দিলে বিলাই
শিক্ষয়িত্ৰীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কাণ্ডই জোকাৰি গৈছে সমগ্ৰ শোণিতপুৰ জিলাক৷ অধ্যক্ষই নিজ শিক্ষানুষ্ঠানতে কৰ্মৰত শিক্ষয়িত্ৰীৰ নগ্ন ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ উত্থাপন হৈছে৷ শোণিতপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ বড়োৰ…
কংগ্ৰেছৰ চৰকাৰ হ’লে ১০০ দিনৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা কি হ’ব ক’লে ভূপেন বৰাই
গুৱাহাটীঃ ”মোক চিআইডিয়ে মাতিছে, মই চিআইডিৰ অফিচলৈ যাম। মোক ইনকাম টেক্সে মাতিছে, মই ইনকাম টেক্সৰ অফিচলৈ যাম। কিন্তু মই ৰাইজৰ সমুখত প্ৰতিজ্ঞা কৰি কৈছো যে কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ ১০০…
অভিজিৎ শৰ্মাৰ কটাক্ষ, পৰেশ দাদা-মুখ্যমন্ত্রী ভাইটি লিলিমাই বন্ধ কৰক”
গুৱাহাটীঃ ৰাজ্যৰ ২৫ স্থানত আলফা স্বাধীনে বোমা স্থাপনৰ পাছতে ৰাজ্যজুৰি ভয় আৰু আতংকময় পৰিৱেশ দেখা গৈছে৷ যোৱা দুটা দিনত অসম আৰক্ষীয়ে সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ সৈতে লগলাগি কেইবাটাও ঠাইৰ পৰা…
আলফাই সংস্থাপন কৰা বোমা বিচাৰি তৎপৰ আৰক্ষী! অনুপ চেতিয়াৰ বাসগৃহতো অভিযান চলিল বোমাৰ সন্ধানত
গুৱাহাটীঃ স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ ২৫টা ভিন্ন স্থানত আলফাই বোমা সংস্থাপন কৰা বুলি দাবী কৰাৰ পিছতো চিন্তাৰ ক্লেশ নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে আলফা স্বাধীনে বোমা সংস্থাপন…