আৰক্ষীৰ নামত গুণ্ডাটেক্স সংগ্ৰহ, আমছু নেতাৰ কুকীৰ্তি ফাদিল
আমছু নেতাই আৰক্ষীৰ নামত গুণ্ডাটেক্স সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে৷ নগাঁৱৰ স্বয়ম্ভু আমছু নেতা চৈয়দ আহমেদৰ বিৰুদ্ধে এই অভিযোগ উত্তাপন হৈছে৷ ইতিধ্যে জুৱাৰীৰ পৰা গুণ্ডটেক্স সংগ্ৰহৰ অডিঅ’ ক্লিপ ভাইৰেল হৈছে৷ সংখ্যালঘূ…
নগাঁৱত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপতে বোৱতী নৈ হত্যাৰ প্ৰয়াস
নগাঁও জিলাৰ সদৰ চহৰৰ মাজেৰে বৈ যোৱা সোনাই নৈ আজি অস্তিত্বৰ সংকটত পৰিছে৷ কিয়নো নৈৰপাৰৰ বৃহৎ এলেকা একাংশ লোকে দখল কৰি ঘৰ-দুৱাৰ সাজি ব্যৱসায় কৰি থকাৰ অভিযোগ উত্থাপন হৈছে৷ জিলা…
হাইদৰ হুছেইনৰ স্বাস্থ্যৰ বুজ ল’লে অখিল গগৈয়ে
নিজ ঘৰৰ বাথৰুমত পিছলি পৰি গুৰুতৰভাবে অসুস্থ প্ৰখ্যাত সাংবাদিক তথা বুদ্ধিজীৱী হাইদৰ হুছেইনৰ স্বাস্থ্যৰ বুজ লয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ আজি আবেলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত…
গুৱাহাটীৰ হোষ্টেলৰ বাথৰুমত ৰহস্যজনক অৱস্থাত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ইটোৰ পাছত সিটো অঘটন সংঘটিত হৈ আহিছে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত৷ বিশেষকৈ নাৰীজনিত অপৰাধ বৃদ্ধি হোৱাৰ সময়তে পুনৰ এগৰাকী অধ্যয়নৰত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে৷ মহানগৰীৰ পানীখাইতিৰ এটা…
পুৱাৰে পৰা নিৰুদ্দেশ সংগীত পৰিচালক ৰমেন বৰুৱা
প্ৰথিতযশা সংগীত পৰিচালক, সংগীত শিল্পী ৰমেন বৰুৱা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ৰমেন বৰুৱাই আজি পুৱা মহানগৰীৰ লতাশিলস্থিত গণেশ মন্দিৰলৈ আহিম বুলি ঘৰৰ…
স্বাস্থ্যখণ্ডৰ ফোপোলা স্বৰূপ, শীঘ্ৰে বন্ধ হ’ব ৰাজ্যৰ এখন চিকিৎসা মহাবিদ্যালয়
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নতি হোৱা বুলি দাবী কৰি আহিছে যদিও শেহতীয়া এক খবৰে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে৷ এখন চিকিৎসা মহাবিদ্যালয়…
জাতীয়তাবাদী, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন অসুস্থ
জাতীয়তাবাদী, জাতিৰ বিপদকালত জাতিটোৰ কাষত বটবৃক্ষ হৈ থিয় দিয়া হাইদৰ হুছেইন অসুস্থ৷ বিশিষ্ট সাংবাদিক তথা জাতিৰ হৈ ওকালতি কৰা হাইদৰ হুছেইন কেইবাটাও দিন ধৰি গুৰুতবভাবে অসুস্থ হৈ পৰিছে৷ পৰিয়ালে গুৱাহাটী…
নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ
আজি দিল্লীলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীক সাক্ষাৎ কৰি অসমৰ কেইবাটাও সমস্যাৰ কথা অৱগত কৰোৱা বুলি জানিব পৰা গৈছে৷ বিশেষকৈ বানপানীৰ বাবে সাহায্যৰ কথাটোও…
অনুসূচিত জাতিৰ লোকক প্ৰেছাৰ কুকাৰ-টিভি-পাকঘৰৰ সামগ্ৰী প্ৰদানৰ নামত ১৪০ কোটিৰ দুৰ্নীতি
ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পিছপৰা আৰু আৰ্থিকভাবে দুৰ্বল অনুসূচিত জাতিৰ লোকসকলৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে৷ কিন্তু আঁচনিসমূহ ৰূপায়নৰ পাছতো অনুসূচিত জাতিৰ লোকসকল লাভৱান হ’ব পৰা নাই৷ এই…
নাচ-গান নহয়, লাহোৱালৰ ছাত্ৰ-ছাত্ৰীক Ethical Hackingক লৈ প্ৰশিক্ষণ যুৱ-ছাত্ৰ পৰিষদৰ
চাইবাৰ অপৰাধীয়ে বহু মানুহক দেউলীয়া কৰিছে৷ অজ্ঞাতে চাইবাৰ অপৰাধীয়ে বেংকৰ একাউণ্টৰ পৰা ধন হৰলুকি কৰি বহু লোকক দেউলীয়া কৰিছে৷ ডিপ ফেক ফটো-ভিডিঅ’ যোগে মানুহক বদনাম কৰা হয়৷ সামাজিক মাধ্যমৰ একাউণ্ট,…