নগাঁৱত আম্বেদকাৰ জয়ন্তী-মুকলি বিহু পালনৰ ব্যাপক প্ৰস্তুতি, প্ৰাক্তন সেনা বিষয়া-অভিনেত্ৰী আইমীলৈ বিশেষ বঁটা
ৰঙালী বিহুৰ উৎসাহ-উদ্দীপনাৰ মাজতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা সমিতিৰ সহযোগত আম্বেদকাৰ জয়ন্তী আৰু মুকলি বিহু পালনৰ ব্যাপক প্ৰস্তুতি চলিছে নগাঁও জিলাৰ ৰাইডঙীয়াত৷ ২৫…
হীৰেন গোহাঁইক সাৱধান হ’বলৈ দিলীপ শইকীয়াৰ অনুৰোধ
অসমৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বুদ্ধিজীৱী হীৰেন গোহাঁইক সাৱধানতাৰে কাম কৰিবলৈ আহ্বান জনাইছে। তেওঁ অভিযোগ কৰিছে যে বিৰোধী দলসমূহে গোহাঁইক ৰাজনৈতিক স্বাৰ্থ সাধনৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি “ৰাজনীতিৰ ৰুটি…
পুনৰ অসম আৰক্ষীৰ জালত ৫ বাংলাদেশী
ভাৰত-বাংলাদেশ সীমান্তত সষ্টম হৈ আছে ভাৰতৰ নিৰাপত্তাৰক্ষী৷ বাংলাদেশত গণ অভ্যুত্থানৰ পিছতে শ-শ বাংলাদেশীয়ে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰাৰ ফলত ভাৰতৰ নিৰাপত্তাৰক্ষী সষ্টম হৈ আছে৷ প্ৰতিনিদি বাংলাদেশী নাগৰিক জালত পৰাৰ পিছতে পুনৰ…
পহিলা বহাগ মুকালমুৱাৰ নাৰায়ণপুৰত বিশেষ কাৰ্যসূচী
পহিলা বহাগৰ দিনটোত মুকালমুৱাৰ নাৰায়ণপুৰত বিশেষ কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ পণ্ডিত মহেশ্বৰ ডেকা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা উপলক্ষে শিক্ষক, শিক্ষাবিদ, বুদ্ধিজীৱী আৰু যুৱশক্তি এক হৈ বিহুৱান প্ৰদানৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।…
অনুশাসন ভংগ কৰিলে মন্ত্রী-বিধায়কো সাৰি নাযাব
নলবাৰী কাণ্ডক লৈ আজি মুখ খুলিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই৷ আজি সংবাদমাধ্যমৰ মুখামুখি হৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সকলোৱে দলীয় অনুশাসন মানি চলিব লাগিব বুলি স্পষ্ট কৰে৷ পাকে-প্ৰকাৰে শইকীয়াই স্পষ্টকৈ…
কন্নড় চিনেমাত অভূতপূর্ব AI বিপ্লৱ, বিশ্বৰ প্ৰথম সম্পূৰ্ণ AI-ত নিৰ্মিত চলচ্চিত্ৰ ‘লাভ ইউ’
কর্ণাটকৰ চিনেমা জগতখনলৈ এনে এক AI বিপ্লৱৰ আৰম্ভ হৈছে৷ যিয়ে বিশ্বজুৰি চলচ্চিত্ৰ নিৰ্মাণৰ ধাৰণাকে সলনি কৰিব বুলি আশা কৰা হৈছে। শ্ৰী নৰসিংহমুৰ্তি পৰিচালিত আৰু প্ৰযোজিত “লাভ ইউ” নামৰ চলচ্চিত্ৰখনক বিশ্বৰ…
ইডিৰ কাৰ্যালয় ঘেৰাও প্ৰদেশ কংগ্ৰেছৰ, গণতন্ত্ৰ সুৰক্ষাৰ স্বাৰ্থত সংগ্ৰাম অব্যাহত থাকিবঃ ভূপেন কুমাৰ বৰা
বিৰোধী শক্তিৰ মুখ বন্ধ কৰিবৰ বাবে বিজেপি চৰকাৰে কংগ্ৰেছ নেতৃত্বক বদনামী কৰাৰ যি ষড়যন্ত্ৰ তাৰ বিৰুদ্ধে আজি সমগ্ৰ দেশজুৰি ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে। নেশ্যনেল হেৰাল্ডৰ সম্পত্তি অধিগ্ৰহণ কৰিবলৈ…
তিনি গগৈৰ সম্পৰ্ক পাৰ্মানেণ্ট কৰিবলৈ নিজৰ মাজত ল’ৰা-ছোৱালীক বিয়া-বাৰু দিয়কঃ মুখ্যমন্ত্ৰী
ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈৰ তিনি গগৈ এক হোৱাৰ মন্তব্যক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বভাৱসূলভা ভাৱেৰে কটাক্ষ কৰিছে৷ মুখ্যমন্ত্ৰীক আজি অখিল গগৈৰ মন্তব্য সন্দৰ্ভত প্ৰশ্ন কৰাত কয় যে ৩ গগৈ…
জোনাইত আছু নেতাৰ ওপৰত বৰ্বৰতা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙৰ
এক সপ্তাহত সদৌ অসম ছাত্ৰ সন্থাৰ উজনি অসমত আছুৰ দুগৰাকী নেতাৰ ওপৰত হোৱা নিৰ্মম আক্ৰমণৰ ব বলি হয়। ১১ এপ্ৰিলৰ নিশা ধেমাজি জিলাৰ বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত…
নগাঁও বৰঘাট বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১
নগাঁও বৰঘাট বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন চালক নিহত হৈছে৷ এখন টেংকাৰ আৰু ট্ৰাকৰ মাজত লগা মুখামুখি সংঘৰ্ষত টেংকাৰখনৰ চালক থিতাতে নিহত হয়৷ AS-01-FC-3395 নম্বৰৰ টেংকাৰ আৰু AS-01-BC-8236 নম্বৰৰ ট্ৰাকৰ…