হিমন্ত বিশ্ব শৰ্মা ‘ফ্লাইঅভাৰৰ চিএম’, ৰাজ্যৰ ৮ খন থানা আজিও অচল, নামতহে চলি আছে ১২খন আৰক্ষী চকী
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগ সঠিকভাৱে পৰিচালনা কৰাত ব্যৰ্থ হৈছে। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰক্ষী আধুনিকীকৰণৰ বাবে দিয়া পুঁজিৰ সঠিক ব্যৱহাৰ হোৱা নাই। ২০১৮ চনৰ পৰা ২০২৪ চনৰ ভিতৰত…
আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে, জনজাতীয় লোকৰ ভূমি কোম্পানীক দিয়াৰ বিৰোধ কংগ্ৰেছৰ
বিজেপিয়ে কংগ্ৰেছৰ শাসনকালত অসমীয়া মানুহে ভাবুকিৰ সন্মুখীন হোৱা বুলি মূল শ্ল’গান হিচাপে লৈ ২০১৬ চনৰ পৰাই অসমীয়া জাতি, মাটি, ভেটি ৰক্ষা কৰিম বুলি প্ৰচাৰ চলাই আহিছে৷ তেনেকৈয়ে অসমীয়া ৰাইজে তেওঁলোকক…
গোৱালপাৰাৰ অমানৱীয় উচ্ছেদৰ তীব্ৰ বিৰোধিতা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ
আজি গোৱালপাৰাৰ হাচিলাবিলত গোৱালপাৰা জিলা প্ৰশাসনে চলোৱা অমানৱীয় আৰু নীতি বহিৰ্ভূত উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে। পুনৰ সংস্থাপন আৰু পৰ্যাপ্ত সময় অবিহনে বছৰ বছৰ ধৰি ভোগ…
বহিঃৰাজ্যৰ আৰএছএছ নেতাই অসমৰ পৰিবেশ বেয়া কৰিছে: মঙলদৈত গৌৰৱ
দুদিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে মঙলদৈত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ নৱ-নিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে আজি কংগ্ৰেছ দলৰ এক বিশেষ সভাত অংশগ্ৰহণ কৰে। সভাত উপস্থিত নেতা-কৰ্মীসকলক উদ্দেশি কৰি তেওঁ বিজেপি, আৰএছএছ…
‘আল্লা মেঘদে, আল্লা পানী দে’ৰ স্ৰষ্টা আৰু নাই
খেয়ালী মনৰ মানুহজন কেতিয়াও উভতি নহা বাটেৰে গুছি গ’ল৷ পাগলাদিয়া নৈৰ পাৰ, হোটেল, কিতাপৰ দোকানত আড্ডা পিটি কবিতাক নতুন গতি দিয়া খেয়ালী মনৰ কবিজন আৰু কেতিয়াও উভতি নাহে৷ গাঁৱৰ হোজা…
অসমত তিনিজন মানুহে সকলো সুবিধা পায়: মিত্ৰতাৰ পক্ষে গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদ্য নিযুক্ত সভাপতি গৌৰৱ গগৈয়ে আজি ৰাজীৱ ভৱনত এখন সংবাদমেলত অসমৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতি আৰু কংগ্ৰেছৰ সংগঠনৰ দিশত চলি থকা পদক্ষেপসমূহ সন্দৰ্ভত বিস্তৃত মন্তব্য আগবঢ়ায়। মিত্ৰতা…
ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে৷ , ৰমেশ বিশ্বাস কুমাৰ জীৱন্তে উদ্ধাৰ
ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে৷ —-এই আপ্তবাক্যশাৰী এতিয়া খাপ খাইছে ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ নাগৰিক ৰমেশ বিশ্বাস কুমাৰৰ সৈতে৷ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত ২৪২ জন লোকৰ ভিতৰত…
৬৫ কোটি টকাৰ ব্লেকমেইল, দুজন সাংবাদিকক নয়দাৰ পৰা গ্ৰেপ্তাৰ
এজন টেলিভিছন চেনেলৰ সাংবাদিক আৰু আনএগৰাকী ডিজিটেল প্লেটফৰ্মৰ সংবাদ উপস্থাপক নয়দাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। ৬৫ কোটি টকাৰ ব্লেকমেইলৰ সন্দেহত জড়িত থকা গোচৰত আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত দুজন হৈছে…
স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে সকলো নাগৰিক সমাজ-গণতান্ত্ৰিক ব্যক্তি ঐক্যবদ্ধ হওক- বৃহত্তৰ গুৱাহাটী সন্মিলিত নাগৰিক অভিৱৰ্তন
বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, সাংসদ অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান, শান্তনু বৰঠাকুৰে আডজি এখন সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে৷ তেওঁলোকে কয় যে অসমৰ…
শীঘ্ৰে বলবৎ হ’ব মটৰ বাহন এগ্ৰিগেটৰ বিধি, ৩০ জুনৰ ভিতৰত ৰাইডাৰে ল’ব লাগিব হালধিয়া নম্বৰ
অসম চৰকাৰে ২০২২ চনৰ ডিচেম্বৰত মাহত লোৱা কেবিনেট সিদ্ধান্ত অনুসৰি অসম মটৰ বাহন এগ্ৰিগেটৰ বিধি নামৰ নতুন বিধিমালা প্ৰবর্তন কৰিবলৈ আগবাঢ়িছে৷ এই নতুন বিধিৰ দ্বাৰা ব্যক্তিগত নম্বৰ প্লেটৰ দুচকীয়া বাহন…