ৰকিবুল হুছেইনপ আক্ৰমণকাৰী ২২ জনৰ ভিতৰত দুজনকহে গ্ৰেপ্তাৰ

আজি সংবাদমেল পাতি সাংসদ ৰকিবুল হুছেইনে মন্ত্ৰী পীয়ুষ হাজৰিকাক উভতি ধৰে৷ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ টুইটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ ৰকিবুল হুছেইনে তেওঁক আক্ৰমণ কৰা ২২ আক্ৰমণকাৰী বিজেপিৰ বুলি পুনৰ…

গুৱাহাটীত অনা-অসমীয়াৰ গুণ্ডাগিৰি, থলুৱা ব্যৱসায়ীক প্ৰহাৰ কৰা ৬ বহিৰাগতক গ্ৰেপ্তাৰ

গুৱাহাটীত অনা-অসমীয়াৰ গুণ্ডাগিৰি দিনে দিনে বৃদ্ধি পাইছে৷ অসমীয়া যুৱক-যুৱতীক অনা-অসমীয়া মালিকে নিৰ্যাতন কৰাৰ ঘটনা সংঘটি হৈ থকাৰ লগতে থলুৱাৰ ওপৰত ভিন্ন প্ৰকাৰৰ গুণ্ডাগিৰী দিনেক দিনে বৃদ্ধি পাইছে৷ জাতি-মাটি, ভেটি ৰক্ষাৰ…

অসম আৰক্ষীয়ে বাজপেয়ী ভৱনৰ পৰা দৰমহা লয় নেকি? প্ৰশ্ন ভূপেন বৰাৰ

সকলো দলৰ প্ৰতিনিধিক লৈ আৰু সৰ্বধৰ্মী লোকৰ সামূহিক প্ৰাৰ্থনাৰে আজি গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা ভৱনত কংগ্ৰেছে এক ইফটাৰ সন্মিলন অনুষ্ঠিত কৰে। কংগ্ৰেছৰ প্ৰায়সকল জ্যেষ্ঠ নেতাৰ লগতে বিৰোধী পক্ষৰ আটাইকেইটা দলৰ প্ৰতিনিধিয়ে…

ৰাজ্যত ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ-উল্লাস

কাইলৈ দৌলোৎসৱ তথা ৰঙৰ উৎসৱ ফাকুৱা। আজিৰে পৰা দৌলোৎসৱক লৈ ৰাজ্যজুৰি বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত উদুলি-মুদুলি পৰিৱেশ দেখা যায়৷ মহানগৰীৰ ফাঁচীবজাৰ আজিৰে পৰা নাচ-গানেৰে হোলী পালন কৰা দেখা যায়৷…

বিজেপি মন্ত্ৰী অশোক সিংহলৰ ১৯ কোটী টকীয়া দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটী মহানগৰীৰ নলা-নৰ্দমা পৰিষ্কাৰৰ নামত ১৯ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগত বিজেপি মন্ত্ৰী তথা গুৱাহাটী উন্নয়ন দপ্তৰৰ পূৰ্বৱৰ্তী মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰি কংগ্ৰেছে আজি গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটি…

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৩.৮ লাখ নতুন ঘৰ, ১ এপ্ৰিলত বিহালীত মহিলা উদ্যমিতাৰ প্ৰথম কিস্তি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ আগতেই একাধিক অভিলাষী আঁচনিৰ ঘোষণা কৰে। ইয়াৰে মূল ঘোষণাসমূহ হৈছে— ১. প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩.৮ লাখ নতুন…

ৰাইজৰ দলত খহনীয়া, নলবাৰী জিলা সমিতিৰ সভাপতি, উপ-সভাপতিসহ ২৬ নেতাৰ দলত্যাগ

ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিৰ সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদকসহ মুঠ ২৬ গৰাকী নেতাই দলত্যাগৰ ঘোষণা কৰিছে। দলীয় সভাপতি অখিল গগৈৰ নেতৃত্বক লৈ অন্তৰ্বিৰোধৰ পৰিপ্ৰেক্ষিতত এই দলত্যাগৰ ঘটনাৰ সূত্রপাত হৈছে। কিছুদিন…

যোৰহাটত ভয়াৱহ পথ দুৰ্ঘটনা, ছাত্ৰ মছতাফা মুজাহিদ-ইৰফান হুছেইন নিহত

যোৰহাটৰ আজান গাঁৱৰ ৰাজপথত বুধবাৰে এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত দুজন ছাত্ৰ থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন দুগৰাকী ছাত্ৰী। দুৰ্ঘটনাত থিতাতে নিহত হোৱা ছাত্ৰ…

গ্ৰীণবাছ চালক-কণ্ডাক্টৰৰ প্ৰতিবাদ, দিনে আদায় দিয়ক ৭৫০০, অন্যথাই দৰমহাৰ পৰা কৰ্তন

গুৱাহাটীৰ প্ৰায় ১০০ খন গ্ৰীণ বাছৰ চলাচল আজিৰ পৰা বন্ধ হৈ পৰিছে। বাছচালক আৰু কণ্ডাক্টৰসকলে আজি ৰূপনগৰস্থিত পৰিবহন বিভাগৰ কাৰ্যালয়ত প্ৰতিবাদ কৰি বাছসেৱা বন্ধ কৰাৰ সিদ্ধান্ত লয়৷ মাল্টিটেক কোম্পানীয়ে নিৰ্ধাৰণ…

দ্বিতীয়টো গোচৰত জামিনৰ পূৰ্বে পুনৰ গ্ৰেপ্তাৰ মহবুবুল হকক

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয় মেঘালয় চমুকৈ ইউএছটিএম উপাচাৰ্য মহবুবুল হক মুকলি আকাশৰ তললৈ অহাৰ পূৰ্বে ষষ্ঠটো গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰিছে ঢেকীয়াজুলি আৰক্ষীয়ে৷ উচ্চ ন্যায়ালয়ে প্ৰথমটো গোচৰত জামিন দি দ্বিতীয়টো…

সাত সাগৰ তেৰ নদীৰ সিপাৰ

কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ
পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত
অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য
ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!
মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু
সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে