অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীত ডিজিপিক পত্ৰ মেঘালয়ৰ সামাজিক সংস্থাৰ
মেঘালয়ৰ এটা সামাজিক সংগঠনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। হাইনিৱট্ৰেপ ইণ্টিগ্ৰেটেড টেৰিটৰিয়েল অৰ্গেনাইজেশ্যন (এইচআইটিঅ’) নামৰ সংগঠনটোৱে মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) ইদাশিশা নংৰাঙক অসমৰ মুখ্যমন্ত্ৰীৰ…
“ভাওনাৰ কাম নাই, এইবোৰ সময় নষ্ট”, শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাক অপমান মন্ত্ৰী অশোক সিংহলৰ
অসমৰ মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাক অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, য’ত বিভিন্ন ৰাজনৈতিক দল, সংগঠন আৰু সাংস্কৃতিক অনুষ্ঠানে…
জাগীৰোডৰ ছেমি কণ্ডাক্টৰ-টাউন চিপক ‘ৰতন টাটা’ৰ নামেৰে নামকৰণ
আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে ঘোষণা…
১৫ বিধায়কক নিলম্বন, বিধানসভাত উত্তাল পৰিৱেশ
আজি বিধানসভাৰ পৰা অখিল গগৈসহ মুঠ ১৫ গৰাকী বিধায়কক নিলম্বন কৰা হৈছে। প্ৰশ্নত্তোৰ ঘণ্টাৰ সময়ত সদনত উত্তাল পৰিৱেশৰ সৃষ্টি হয়৷ যাৰ ফলত অধ্যক্ষই এই কঠোৰ পদক্ষেপ ল’বলৈ বাধ্য হয়। প্ৰশ্নকালীন…
গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাক অপমান অশোক সিংহলৰ, অসম সত্ৰ মহাসভাৰ তীব্ৰ গৰিহণা
জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অনুপম সৃষ্টি ভাওনাক অপমান কৰি ভাওনাৰ লগত ব্যস্ত থাকিলে সময় নষ্ট হ’ব বুলি ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ মন্ত্ৰী অশোক সিংহলে অতি আপত্তিজনক মন্তব্য প্ৰকাশ কৰা কাৰ্য্যক অসম…
মহবুবুল হকক এটা গোচৰত জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
মেঘালয়ৰ ৰি-ভই জিলাৰ ব্যক্তিগত খণ্ডৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয় (চমুকৈ ইউএছটিএম)ৰ স্বত্বাধিকাৰী তথা উপাচাৰ্য মহবুবুল হকক গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা গোচৰত জামিন প্ৰদান কৰিছে। শ্ৰীভূমিৰ পাথাৰকান্দি আৰক্ষী থানাত ৰুজু…
ৰাকেশ পালৰ দিনত চাকৰি পোৱা ৬১০ জনেই সুৰক্ষিত, বিধানসভাত অখিল-হিমন্তৰ তৰ্কযুদ্ধ
অসম বিধানসভাত আজি এপিএছচিৰ কেলেংকাৰীৰ প্ৰসংগত উত্তপ্ত হয়। অখিল গগৈয়ে ৰাকেশ পালৰ দিনত ২০১৩ আৰু ২০১৪ চনত চাকৰি পোৱা ৬১০ জনৰ বিষয়ে চাঞ্চল্যকৰ তথ্য দাঙি ধৰে। তেওঁৰ মতে, এই চাকৰিয়ালসকলক…
চালকক আঁঠুকঢ়াই চেণ্ডেলেৰে প্ৰহাৰ প্ৰফুল্ল মহন্তৰ কন্যাৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যা প্ৰজ্বয়িতা কাশ্যপে এজন চৰকাৰী চালকক আঁঠুকঢ়াই চেণ্ডেলেৰে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। এই ঘটনা দিছপুৰৰ বিধায়ক আৱাসত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। প্ৰজ্বয়িতা কাশ্যপই…
গুৱাহাটীত কলেজৰ বিল্ডিঙৰ পৰা পৰি ছাত্ৰীৰ ৰহস্যজনক মৃত্যু
গুৱাহাটী মহানগীৰৰ গীতানগৰস্থিত কন্যা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ দ্বিতীয় বৰ্ষৰ এগৰাকী ছাত্ৰীপ বিল্ডিঙৰ পৰা সৰি পৰি মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সন্দীপস্না নামৰ ছাত্ৰীগৰাকী কলেজৰ চতুৰ্থ মহলাৰ পৰা পৰি মৃত্যুবৰণ কৰে।…
উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ দাবীত চাহ বৰ্ডক স্মাৰক
উত্তৰ-পূৰ্বাঞ্চল কনফেডাৰেচন স্মল টি গ্ৰ’ৱাৰ্ছ এছ’চিয়েশ্যনৰ (NECSTGA) সভাপতি ডিগন্ত ফুকন আৰু সচিব বিনোদ বুৰাগোহাঁয়ে ভাৰতীয় চাহ বৰ্ড অধ্যক্ষলৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাৰ সমাধান কৰাৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে।…