অখিলৰ পত্নীৰ চাকৰিক লৈ বিশ্বজিৎ ফুকনৰ প্ৰশ্ন, এইবাৰ সৰুপথাৰ কলেজৰ অধ্যক্ষ পদক লৈ বিতৰ্ক
অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ পত্নীসকলৰ চাকৰিৰ প্ৰসংগত ৰাজনৈতিক বিতৰ্কই জোৰ লৈছে। এই প্ৰসংগত এগৰাকীৰ প্ৰতি উত্থাপিত…
এডভাণ্টেজ আসামৰ বিকাশৰ বাৰ্তা জনগণৰ মাজলৈ নিয়ক বিজেপিৰ কাৰ্যকৰ্তাইঃ দিলীপ শইকীয়া
অসমৰ অৰ্থনৈতিক বিকাশৰ নতুন পৰ্বৰ সূচনা কৰিবলৈ আগন্তুক ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব “এডভাণ্টেজ আসাম ২.০” বিনিয়োগ সন্মিলন। এই অনুষ্ঠানৰ মূল উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মুখ্যমন্ত্ৰী…
বিশ্বৰ দাপোনত কুঁৱলী চাদৰৰ দৰে সাজু হৈছে সৰুসজাই ষ্টেডিয়াম, বুজ ল’লে মুখ্যমন্ত্ৰীয়ে
অসমৰ সাংস্কৃতিক ঐতিহ্যক বিশ্বৰ দাপোনত উদ্ভাসিত কৰাৰ লক্ষ্যে কুঁৱলী চাদৰৰ দৰে সাজু হৈছে সৰুসজাই ষ্টেডিয়াম। ২৪ ফেব্ৰুৱাৰীৰ দিনা ইয়াত অনুষ্ঠিত হ’ব ঐতিহাসিক “ঝুমুৰ বিনন্দিনী”ৰ মহাসমাৰোহ, য’ত একেলগে নাচিবলৈ ওলাইছে প্ৰায়…
ৰকিবুলৰ আক্ৰমণক লৈ বিধানসভাত উত্তাল পৰিৱেশ, ১০ আক্ৰমণকাৰী চিনাক্ত চৰকাৰৰ
অসম বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থ দিনত ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণক লৈ উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে। বিৰোধী দলৰ বিধায়কসকলে আজি সদন আৰম্ভ হোৱাৰ লগে লগে চৰকাৰক আক্ৰমণকাৰী…
তেজপুৰ মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উদযাপন
তেজপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত এক মননশীল বক্তৃতা অনুষ্ঠান উদযাপন কৰা হয়৷ ময়ুৰী তাঁতীৰ বৰগীতৰে আৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ, উপাধ্যক্ষা, অধ্যাপক-অধ্যাপিকা সমন্বিতে শিক্ষাৰ্থীসকল উপস্থিত…
তেজপুৰত এছএছবিৰ ফুটবল টুৰ্ণামেণ্ট
আজি তেজপুৰৰ বৰঘাট দেৱেন্দ্ৰ নগৰস্থিত সশস্ত্ৰ সীমা বলৰ ৬৮ নং বাহিনীৰ নাগৰিক কল্যাণ কাৰ্যক্ৰমৰ অধীনত এছএছবিৰ ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত হয়৷ আজি পুৱা ১০ বজাৰ পৰা তেজপুৰ সোণাবিল চাহ বাগিচাৰ খেল…
নাই সুৰক্ষা ব্যৱস্থা, দেৰগাঁৱত চয়াবিন ফেক্টৰীৰ মেচিনত সোমাই শ্ৰমিকৰ মৃত্যু
দেৰগাঁও নগৰৰ এটা ফেক্টৰীত কৰ্মৰত শ্ৰমিক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি লোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সুৰক্ষা ব্যৱস্থা নথকাত কৰ্মৰত শ্ৰমিকজন চলন্ত মেচিনত সোমাই মৃত্যুৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰুসজাই ষ্টেডিয়ামত ঝুমুৰ নৃত্যৰ প্ৰদৰ্শন উপভোগ কৰিব
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বিশাল ঝুমুৰ নৃত্যৰ প্ৰদৰ্শন উপভোগ কৰিব। লগতে সন্ধিয়া খানাপাৰাৰ খেলপথাৰত অনুষ্ঠিত প্ৰদৰ্শনীখনত প্ৰায় ৪০ ৰ পৰা ৪৫ মিনিট সময় অতিবাহিত কৰাৰ…
‘জ্যোতি তীৰ্থৰ’ সংৰক্ষণ কেতিয়া? পৰ্যটন, কলা-সংস্কৃতিৰ গৱেষণা ৰূপে গঢ়ি তোলাৰ আশ্বাস
বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ তৃতীয়টো দিনটোত অগপৰ বিধায়ক পোনাকণ বৰুৱাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান সংৰক্ষণক লৈ প্ৰশ্ন কৰে৷ প্ৰশ্নোত্তৰ শিতানত চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই ‘জ্যোতিতীৰ্থ’ৰ সংৰক্ষণ আৰু সংবর্ধণ…
সাংসদ ৰকিবুলক আক্ৰমণ, সংখ্যালঘু সংগ্ৰাম পৰিষদ-আমছুৰ তীব্ৰ গৰিহণা
সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমছুৱে৷ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে নেতা মোছাব্বিৰ আলী আহমেদে ২৪ ঘণ্টাৰ ভিতৰত আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি…