নিয়মীয়া বাৰ্তা কাকতৰ উপ-সম্পাদক ৰঞ্জিত বৰাৰ আকস্মিক বিয়োগ
দৈনিক বাতৰি কাকতৰ উপ-সম্পাদক ৰঞ্জিত বৰাৰ আকস্মিক মৃত্যুত শোকৰ ছাঁ পৰিছে৷ নিজ কাৰ্যালয়তে সুকলমে দায়িত্ব সম্পন্ন কৰি থকাৰ সময়তে হঠাতে অসুস্থ হৈ পৰাত সহকৰ্মীসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল যদিও…
মজুত থকা ঔষধহে লিখিব পাৰিব চিকিৎসকে
স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে এইবাৰ চিকিৎসালয়ৰ দৰৱক লৈ চমক দিবলৈ আৰম্ভ কৰিছে৷ চৰকাৰী চিকিৎসকক স্বাস্থ্যকেন্দ্ৰ আৰু হাস্পতালৰ বাবে অনুমোদিত অত্যাৱশ্যকীয় ঔষধৰ তালিকাৰ জেনেৰিক ঔষধহে প্ৰেছক্ৰাইব কৰিবলৈ নিৰ্দেশ দিছে৷ যদি ৰোগীক হাস্পতালত…
দেখদেখকৈ মিথ্য়াচাৰৰ আশ্ৰয়, অসমত গাহৰিৰ ব্যৱসায়ৰ মন মেলা চিপি গ্ৰুপৰ বৈঠকত আছিল মুখ্যমন্ত্ৰী
থাইলেণ্ডৰ চিপি গ্ৰুপক অসমত গাহৰি পালন আৰু ব্যৱসায় কৰিবলৈ আমন্ত্ৰণ কৰিছে চৰকাৰে৷ এডভাণ্টেজ আসামৰ বিনিয়োগকাৰী ৰূপে চিপি গ্ৰুপক অসমলৈ আমন্ত্ৰণ জনাই আনিছিল অসম চৰকাৰে৷ গ্ৰুপটোৰ অধ্যক্ষ আদিৰেক শ্ৰীপ্ৰতক অসম ভ্ৰমণ…
▪️হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাতেই অসমত চলি আছে কয়লা ছিণ্ডিকেটঃ সুপ্ৰিয়া শ্ৰীনেট
নিখিল ভাৰত কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা ৰাষ্ট্ৰীয় জ্যেষ্ঠ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেটে আজি গুৱাহাটীত এখন সংবাদমেলত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেশৰ ভিতৰতে এজন ভ্ৰষ্টাচাৰী আৰু…
অল ইণ্ডিয়া ৰিপৰ্টাছ এছোচিয়েচনৰ পূৰ্ণাংগ ৰাজ্যিক সমিতি গঠন
আজি গুৱাহাটীৰ দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ সভাকক্ষত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বাতৰিকাকত, নিউজ চেনেল আৰু ৱেব পৰ্টেলত কৰ্মৰত শতাধিক সংবাদিকৰ উপস্থিতিত এখন বিশেষ আলোচনা চক্ৰ আৰু বৈঠক অনুষ্ঠিত হয়৷ আতিফুৰ ৰহমানৰ সভাপতিত্বত…
অজগৰৰ দৰে গাহৰি ব্যৱসায় গ্ৰাস বহিৰাগতৰ, ৰাজপথত নামিবলৈ সাজু থলুৱা গাহৰি পালক
সদৌ অসম গাহৰি পালক সন্থাই দিছপুৰ প্ৰেছ ক্লাৱত এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি গাহৰি আমাৰ আৱেগ আৰু স্বাভিমান বুলি দোহাৰি কেতিয়াও অসমত গাহৰি পালন আৰু গাহৰিৰ বজাৰ থাইলেণ্ডৰ কোম্পানীক গতাই…
৪ গৰাকী পুৰোধালৈ সাহিত্যাচাৰ্য সন্মান
আজি অসম সাহিত্য সভাই অসমৰ চাৰি বিশিষ্ট কবি-সাহিত্যিকক সৰ্বোচ্ছ সন্মান প্ৰদানৰ ঘোষণা কৰিছে৷ সৰ্বোচ্চ সন্মান সাহিত্যাচাৰ্য সন্মান প্ৰদানৰ ঘোষণা কৰিছে। পূৰ্বৰ দৰে এইবৰ্ষটো অসম সাহিত্য সভাই ঘোষণা কৰিলে ২০২৫ বৰ্ষৰ…
ৰাজীৱ শদিয়াৰ পৰিয়ালক ৫ লাখ টকাৰ সাহায্য ৰাজ্য চৰকাৰৰ
ৰাজ্যৰ বিভিন্ন জাতীয় দল-সংগঠনৰ লগতে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালক ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে ৰাজ্য চৰকাৰে৷ বিভিন্ন দল-সংগঠনে ৰাজীৱ শদিয়াৰ পত্নীক চাকৰি প্ৰদানৰ দাবী উত্থাপন কৰি আহিছে…
অষ্ট্ৰেলিয়ান অ’পেনৰ পুৰুষৰ ছিংগলছত চেম্পিয়ন চিনাৰ
পুনৰ খিতাপ দখলৰ স্বপ্ন ভংগ হ’ল টেনিছ তাৰকা আলেকজেণ্ডাৰ ঝভেৰেভৰ। বিশ্বৰ শীৰ্ষ টেনিছ তাৰকা জনিক চিনাৰৰ দুৰ্দান্ত প্ৰদৰ্শনত পৰাজয় স্বীকাৰ কৰে ঝভেৰেভে। শনিবাৰে অষ্ট্ৰেলিয়ান অ’পেনৰ পুৰুষৰ ছিংগলছত ঝভেৰেভক ৬-৩, ৭-৬(৪),…
গুৱাহাটীত চিমেনচাপৰিৰ যুৱতীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ
গুৱাহাটীত ইগৰাকীৰ পিছত সিগৰাকী প্ৰব্ৰজিত যুৱতীৰ ৰহস্যজন অৱস্থাত মৃতদেহ উদ্ধাৰৰ ঘটনা ঘটিয়েই আছে যদিও এই ঘটনা থমকি ৰোৱাৰ নাম লোৱা নাই৷ বিগত প্ৰায় এটা মাহৰ ভিতৰত প্ৰায় সাত গৰাকী যুৱতৰ…