অসমত দেশবিৰোধী চক্ৰৰ সন্ধান: পাকিস্তানলৈ OTP প্ৰেৰণ, ‘অপাৰেচন ঘোষ্ট চিম’ত ৭ জন গ্ৰেপ্তাৰ
অসমত ভয়ংকৰ দেশবিৰোধী কার্যকলাপ। পাকিস্তানৰ সহায়ত দেশবিৰোধী কাণ্ডৰ জাল বিস্তাৰ কৰা এক বৃহৎ চক্ৰ উৎখাতৰ বাবে অসম আৰক্ষীয়ে আৰম্ভ কৰিছে ‘অপাৰেচন ঘোষ্ট চিম’ নামৰ বিশেষ অভিযান। এই অভিযানে পোহৰলৈ আনিছে…
ৰাহুল গান্ধীক কাতৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ, সাংসদ গৌৰৱ গগৈৰ নাম পাক-বিৰোধী প্ৰতিনিধি দলত নিদিব
পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতি বিশ্ববাসীৰ আগত প্ৰতিনিধিত্ব কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কংগ্ৰেছ সাংসদ শশী থৰুৰৰ নেতৃত্বত এখন সৰ্বদলীয় প্ৰতিনিধি দল গঠন কৰিছে। কংগ্ৰেছে এই দলত অন্তৰ্ভুক্ত হ’বলৈ চাৰি…
চানমাৰিৰ সেঁতু নিৰ্মাণস্থলীত বিদ্যুৎপৃষ্ট শ্ৰমিক
গুৱাহাটী মহানগৰীৰ চানমাৰিৰ গোস্বামী ছাৰ্ভিছ এলেকাত আজি ভয়ংকৰ কাণ্ড সংঘটিত হয়৷ ফ্লাইঅ’ভাৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। নিৰ্মাণস্থলীত কৰ্মৰত ছাইবুল হক নামৰ শ্রমিকজন বৈদ্যুতিক তাৰৰ…
কেবিনেটৰ বৈঠক, আইচিটি শিক্ষকৰ দৰমহা ৬ হাজাৰ টকাকৈ বৃদ্ধি
আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়৷ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত ৰেইবাটাও গুৰত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ মন্ত্ৰী ৰণজিৎ দাসে সংবাদমাধ্যমক সম্বোধন কৰি…
এজেপি নেতা জীতেন গগৈ, ৰাইজৰ দল ত্যাগ হিমাংশু গগৈৰ
পঞ্চায়ত নিৰ্বাচনত অসমত নতুনকৈ গঠিত দুটাকৈ দলত খহনীয়া আৰম্ভ হৈছে৷ আজি বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে অসম জাতীয় পৰিষদ ত্যাগ কৰাৰ লগতে ৰাইজৰ দল ত্যাগ কৰিছে হিমাংশু গগৈয়ে৷ দুয়োগৰাকী নেতাই…
বেলতলা বজাৰত গাৰ্ডৱাল খহি জনজাতীয় মহিলাৰ মৃত্যু
ৰাজধানীৰ ব্যস্ত বেলতলা বজাৰত আজি গাৰ্ডৱাল খহি পৰাত এগৰাকী জনজাতীয় মহিলাৰ মৃত্যু হয় আৰু অন্তত চাৰিজন লোক আহত হয়। নিহত মহিলাগৰাকী অঞ্জু ৰংহাং (৫০), যি শাক-পাচলি বিক্ৰী কৰিবলৈ বজাৰত আহিছিল।…
প্ৰতিমূৰ্তিৰ তলত ‘সতী ৰাধিকা আই আৰু সংস্কাৰ’ নামৰ গ্ৰন্থ উন্মোচন
বোকাখাতৰ আগৰণুৱা মহিলা, সমাজসেৱিকা তথা লেখিকা স্মৃতিৰেখা দাসৰ ঐতিহাসিক তথ্যসম্বলিত মূল্যৱান গ্ৰন্থ এখন ১২ মে’ত উন্মোচন কৰা হয়৷ এক ব্যতিক্ৰমী পন্থাৰে গ্ৰন্থখন উন্মোচন কৰা হয়৷ বোকাখাতস্থিত সম-জিলা কাৰ্যালয় চৌহদত থকা…
বিশিষ্ট চিন্তাবিদ, প্ৰগতিশীল লেখক, ইতিহাসবিদ অধ্যাপক উদয়াদিত্য ভৰালীক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা
এইবাৰৰ ’পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা’ আগবঢ়োৱা হৈছে বিশিষ্ট চিন্তাবিদ, প্ৰগতিশীল লেখক, ইতিহাসবিদ অধ্যাপক উদয়াদিত্য ভৰালীক ৷ পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই এক বিবৃতিত কয় যে কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ…
৭১ত পাকিস্তানে জমা দিয়া বন্দুককেইটা ১০টাকৈ গুলী ভৰাই আমাক দিয়কঃ বেলুচ আৰ্মী
পাকিস্তানৰ বেলুচিস্তান অঞ্চলৰ স্বাধীনতা দাবীত বিদ্ৰোহ কৰি অহা বেলুচিস্তান লিবাৰেচন ফ্ৰণ্ট চমুকৈ বিএলএফে শেহতীয়াকৈ পুনৰবাৰ সক্ৰিয় হৈছে৷ বেলুচ জাতিতাত্ত্বিক বিচ্ছিন্নতাবাদী সশস্ত্ৰ গোটে বেলুচিস্তান অঞ্চলৰ মুক্তিৰ দাবীত দীৰ্ঘকালে বিদ্ৰোহ কৰি গৈছে৷…
কংগ্ৰেছে মিত্ৰতাৰ ক্ষেত্ৰত সচেতনতা-দায়িত্বশীল হ’ব লাগিবঃ লুৰীণ
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে পঞ্চায়ত নিৰ্বাচনত ফলাফল ঘোষণা হৈ থকাৰ সময়তে পুনৰ বিৰোধী ঐক্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ বিৰোধীৰ দুৰ্বল প্ৰদর্শনৰ বাবে কংগ্ৰেছ দলক দায়ী কৰিছে লুৰীণজ্যোতি গগৈয়ে।…