কংগ্ৰেছৰ কামেই বিভাজন,ৰাজত্ব আৰু ভ্ৰষ্টাচাৰ কৰাঃ সৰ্বানন্দ সোণোৱাল
বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এনডিএ সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ সমৰ্থনত আজি বৰজাৰণি আৰু বেদেতীত দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।ৱ আজিৰ সভাৰ ভাষণ প্ৰসংগত…
ধেমাজিত কোনে গো-গ্ৰাসে গিলিলে চৰকাৰী আঁচনিৰ ধন?
দুনীৰ্তিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত ধেমাজিত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ জিলাখনৰ পঞ্চায়তে পঞ্চায়তে চৰকাৰী আঁচনি ৰূপায়নৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত কৰাৰ…
উজনি অসমত একেলগে আছু ত্যাগ কৰিলে কেবাগৰাকী কৰ্মীয়ে…
আছু নেতৃত্বৰ স্বৈৰাচাৰিক সিদ্ধান্ত তথা নিজৰ অনুগত সদস্যক দায়িত্ব প্ৰদান কৰি যোগ্যজনক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ বহু সদস্য তথা বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ…
অসম সাহিত্য সভা: ১ম দিনাই প্ৰধান সম্পাদকৰ পদৰ বাবে দুজনৰ মনোনয়ন পত্ৰ সংগ্ৰহ…
আজিৰ পৰা আৰম্ভ হ’ল অসম সাহিত্য সভাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া। আজি যোৰহাটস্থিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ পৰা উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে বহুকেইজন ব্যক্তিয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে।…
ৰঙাপৰাত বনৰীয়া হাতীৰ আক্ৰমণত সেনা জোৱান নিহত…
ৰঙাপৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত সেনা জোৱান ৷ বিয়লি সেনা চাউনিৰ পৰা খোজ কাঢ়িবলৈ যোৱা সময়তে সংঘটিত হয় ঘটনাটো ৷ নামগাঁও চাহ বাগিচাৰ ১৬ নং শাখাত এই ঘটনা সংঘটিত। বৰ্তমানলৈ…
ৰাস কমিটীলৈ ভাল খবৰঃ অসম চৰকাৰে প্ৰতিখন ৰাস কমিটীক দিব ৫০,০০০টকা
ৰাস কমিটীসমূহলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিখন ৰাস কমিটীলৈ আগবঢ়াব অনুদান। অসম চৰকাৰে প্ৰতিখন ৰাস কমিটীক প্ৰদান কৰিব ৫০,০০০ কৈ টকা । মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এই কথা…
বিহালীত দিগন্ত ঘাটোৱাৰৰ হৈ বিজেপি নেতৃত্বৰ প্ৰচাৰ অভিযান…
বিহালী সমষ্টিত জোৰদাৰ প্ৰচাৰ চলাইছে শাসকীয় দল বিজেপিয়ে। আজি সমষ্টিটোৰ খৰাশিমলুত দলৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰী(ৰাজ্যিক) পৱিত্ৰ মাৰ্ঘেৰিটা আৰু জল সম্পদ, তথ্য আৰু জনসম্পৰ্ক, সংসদীয় পৰিক্ৰমা…
শুকাইছে ব্ৰহ্মপুত্ৰ! অফলামুখত ফেৰী চপাবলৈ অসুবিধাত পৰিছে ফেৰী চালক…
অস্বাভাৱিকভাৱে শুকাইছে ব্ৰহ্মপুত্ৰ । কমলাবাৰী-নিমাতী ঘাটৰ পাছত আফলামুখ-নিমাতী ঘাটৰ মাজত জাহাজ চলাচলত আহিছে সমস্যা । দৈনিক হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ। ব্ৰহ্মপুত্ৰ নদীত পানী হ্ৰাস পোৱাৰ বাবে নিমাতী ঘাটৰ পৰা…
হস্তীপূজাৰে কাজিৰঙাত হাতী ছাফাৰী মুকুলি
পৰম্পৰাগত হস্তীপূজাৰে শুকুৰবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হয় ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী । প্রথম দিনাই ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন দেশী-বিদেশী পৰ্যটকে হাতী ছাফাৰীৰ বাবে ভিৰ কৰা দেখা গ’ল । বিশ্ব…
১২ হাজাৰ কোটি ব্যয়ৰে বগীবিলৰ দ্বিতীয়খন দলং নিৰ্মাণৰ পৰিকল্পনা
ডিব্ৰুগড়ৰ বগীবিলত পুনৰ আন এখন দলং নিৰ্মাণ কৰিবলৈ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে । ১২ হাজাৰ কোটি ব্যয়ৰে নিৰ্মাণ হ’ব ডিব্ৰুগড়-ধেমাজি সংযোগ কৰা বগীবিলৰ দ্বিতীয়খন দলং । ডিব্ৰুগড়ত এই কথা আনুষ্ঠানিকভাৱে…