আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ দৌৰৰ শীৰ্ষত কাৰ্বি আংলঙৰ এগৰাকী ছাত্ৰ নেতা
সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ দৌৰৰ শীৰ্ষত আছে কাৰ্বি আংলঙৰ এগৰাকী ছাত্ৰ নেতা। আগন্তুক ৬ মাহলৈ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব লাভৰ উজ্জ্বল সম্ভাৱনা চৰ্জন হাঞ্চেৰ। প্ৰায়…
তিনিচুকীয়াত NSCN(IM)ৰ কেডাৰসহ জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ
তিনিচুকীয়াৰ পেঙেৰীৰ ইনথেমত NSCN(IM)ৰ কেডাৰসহ জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ। এজন NSCM(IM)ৰ কেডাৰসহ জব্দ কৰা হৈছে তিনিটা হেণ্ড গ্ৰেনেড, দুটা মেগজিন, দুটা পিষ্টল আৰু অৰ্ধশতাধিক সক্ৰিয় গুলী। পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত…
আত্মসমৰ্পনৰ পূৰ্বে নিশা ক’ত আছিল চুমি-তাৰ্কিক
স্বামী তাৰ্কিকৰ সৈতে STFৰ জালত চুমি বৰা। আত্মসমৰ্পণ কৰাৰ পূৰ্বেই STF-এ আটক কৰে দুয়োকে। ইয়াৰ পিছতেই STF-এ চুমি-তাৰ্কিকক ডিব্ৰুগড় আৰক্ষীক গতাই দিয়ে। বৰ্তমান ডিব্ৰুগড় আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ আছে ট্ৰেডিং…
উৎকট গৰম; মাজুলীত ঢলি পৰিল ৮ গৰাকী ছাত্ৰী
দেশৰ বিভিন্ন ৰাজ্যৰ দৰে অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্য কেইখনত আৰম্ভ হৈছে নেকি গ্ৰীষ্মপ্ৰবাহ৷ বিগত দুই-তিনিদিনৰ পৰা অসমত হঠাতে আৰম্ভ হোৱা গৰমৰ বাবেই উত্থাপিত হৈছে এই প্ৰশ্ন। প্ৰণিধানযোগ্য যে ৰাজ্যখনত দৈনিক…
গ্ৰেপ্তাৰ হ’ব নেকি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা?
গ্ৰেপ্তাৰ হ’ব পাৰে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। শংকৰ জ্যোতি বৰুৱাৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে আনিছে চাঞ্চল্যকৰ অভিযোগ। ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত…
মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ সচিবালয়ৰ পৰা ডিব্ৰুগড়ৰ জনসাধাৰণলৈ দিলে সুখবৰ
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা দিৱসৰ দিনটোত ৰাষ্ট্ৰীয় পতাকা গুৱাহাটীত উত্তোলন কৰাৰ লগতে ডিব্ৰুগড়ত গণৰাজ্য দিৱস পালন কৰাৰ কথা ঘোষণা কৰে। শুকুৰবাৰে ডিব্ৰুগড় চহৰত নৱনিৰ্মিত মুখ্যমন্ত্ৰীৰ সচিবালয় উদ্বোধন কৰি…
উজনিৰ মুখ্যমন্ত্ৰীৰ সভাত প্ৰতিবাদ কৰাৰ পৰিকল্পনা, ধৰ্মৰাজ শৰ্মাক আটক
আজি ঢলা শদিয়া দলঙৰ সমীপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভা অনুষ্ঠিত হ’ব। দিনৰ ১ বজাত ঢলা শদিয়া দলঙৰ সমীপত অনুষ্ঠিত হ’বলগীয়া সভাৰ পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক আটক কৰাৰ…
পঞ্চায়তৰ সীমা নিৰ্ধাৰণ মানি নোলোৱাৰ ঘোষণা, লাহোৱালৰ মোহনবাৰীত প্ৰতিবাদী সভা
লাহোৱালৰ মোহনবাৰীত প্ৰতিবাদী সভা উজনি অসমৰ দুটাকৈ বিধানসভা সমষ্টি বিলুপ্ত কৰাত আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে৷ বিশেষকৈ লাহোৱাল সমষ্টি বিলুপ্তি কৰা কাৰ্যক সহজে ল’ব পৰা নাই সমষ্টিটোৰ অন্তৰ্গত ৰাইজে৷ তাৰ মাজতে…
মাজুলীৰ কণমানি পৰিনীতাক লাগে আপোনাৰ সহায়
মাজুলী জিলাৰ গড়মূৰৰ কণমানি পৰিনীতাক লাগে আপোনাৰ সহায়৷ গড়মূৰৰ স্বামীহাৰা দিপামণি দাসৰ ৫ বছৰীয়া কন্যা পৰিনীতাই খোজকাঢ়িব নোৱাৰে৷ আনহাতে জন্মৰে পৰা মূকবধিৰ৷ দৰিদ্ৰ দিপামণি দাসৰ স্বামী দুবছৰ পূৰ্বেই মৃত্যুক আকোৱালি…
যোৰহাটৰ অৰুণোদয় নাৰ্ছিং হোমৰ পৰা চুৰি পানী কেঁচুৱা
উজনি অসমৰ যোৰহাটত পানী কেঁচুৱা চুৰি যোৰহাট চহৰৰ অৰুণোদয় নাৰ্ছিং হোমত এই কাণ্ড আমগুৰিৰ হালোৱাটঙৰ দীপা গগৈয়ে প্ৰসৱ কৰিছিল সন্তান কিন্তু নাৰ্ছিং হোম এৰাৰ সময়ত সন্তান নিদিলে অৰুণোদয় নাৰ্ছিং হোমে…