ৰাজ্যত ম’হ যুঁজ-বুলবুলি যুঁজ সম্পূৰ্ণৰূপে বন্ধৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
অসমত পুনৰ নিষিদ্ধ হ’ল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায়দান । মঙলবাৰে এই গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে লগতে…
ভাল খবৰ! ৰাষ্ট্ৰীয় বঁটা আহিল মাজুলীলৈ…
মাজুলী জেংৰাইমুখ গাঁও পঞ্চায়তে লাভ কৰিলে ৰাষ্ট্ৰীয় বঁটা । এইবছৰৰ দীনদয়াল উপাধ্যায় সততা বিকাশ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় জেংৰাইমুখ গাঁও পঞ্চায়তে । শিশু অনুকূল শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ…
পঞ্চায়ত নিৰ্বাচনকলৈ ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৈঠক
শুকুবাৰৰ পৰা গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে বৈঠক । শনিবাৰে পুৱাৰে পৰাই ৰাজীৱ ভৱনত এখনৰ পাছত আনখনকৈ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় । ৰাজীৱ ভৱনত হোৱা বৈঠকসমূহত জিলা কংগ্ৰেছৰ সভাপতি আৰু…
সঞ্জয় কিষাণ-তপন কুমাৰ গগৈক নতুন দায়িত্ব প্ৰদান…
মন্ত্ৰী পদ ত্যাগ কৰা সঞ্জয় কিষাণ আৰু প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈক নতুন দায়িত্ব অৰ্পণ ৰাজ্য চৰকাৰৰ। বৃহস্পতিবাৰে মন্ত্ৰী পদ ত্যাগ কৰা সঞ্জয় কিষাণক খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষৰ…
কাৰাগাৰত অসুৰক্ষিত মহিলা কাৰাপ্ৰহৰী…
অসমৰ বিভিন্ন কাৰাগাৰৰ ভিতৰত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ চলে । ড্ৰাগছকে ধৰি নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহো হয় কাৰাগাৰৰ ভিতৰত । এই অভিযোগ কাৰাগাৰৰ ভিতৰৰে একাংশ কৰ্মচাৰীৰ । অৱশ্যে এইবাৰ ধুবুৰী কাৰাগাৰৰ…
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে কাইলৈ শপত ল’ব দেৱেন্দ্ৰ ফাড়নভিছে…
মহাৰাষ্ট্ৰত বিগত প্ৰায় এটা পষেক ধৰি চলি থকা ৰাজনৈতিক অস্থিৰতাৰ অন্ত পৰিল । মাৰাঠা ৰাজ্যখনৰ ৰাজনীতিত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট মহাযুটিৰ মাজত দেখা দিয়া অচলাৱস্থাৰ অৱসান ঘটিছে । প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ…
বাংলাদেশত হিন্দুক নিৰ্যাতনক লৈ কোকৰাঝাৰত প্ৰতিবাদ…
বাংলাদেশত হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে আজি কোকৰাঝাৰত বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে। লোক জাগৰণ মঞ্চৰ উদ্যোগত কোকৰাঝাৰ ডিএন হিম্মৎসিংকা বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী সমদলটোৱে সদৰ চহৰ পৰিভ্ৰমণ কৰি জিলা…
কংগ্ৰেছ দল বা ভূপেন বৰাই গো মাংসৰ সমৰ্থন কৰাটো স্বাভাৱিকঃ জয়ন্ত মল্ল..
অব্যাহত আছে গো মাংস প্ৰসংগ। “কংগ্ৰেছ দল বা ভূপেন বৰাই গো মাংসৰ সমৰ্থন সমৰ্থন কৰাটো স্বাভাৱিক। কিন্তু গো নিধন কৰা বা গো-মাংস ভক্ষণ কৰা আদি ভাৰতীয় সনাতনী সংস্কৃতিৰ ভিতৰত নপৰে”-গো-মাংসৰ…
অৱশেষত উদ্ধাৰ শীৰ্ষ ৰে’ল বিষয়াৰ মৃতদেহ…
অৰুণাচল প্ৰদেশৰ তীৰ্থস্থান পৰশুৰাম কুণ্ডত স্নান কৰিবলৈ গৈ খৰস্ৰোতা লোহিত নদীৰ সোঁতত দেওবাৰে সন্ধানহীন হোৱা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সুৰক্ষা বিভাগৰ প্ৰধান মুখ্য সুৰক্ষা বিষয়া এছ কে চৌধুৰীৰ আজি চাৰিটা দিনৰ…
পুনৰ নিষেধাজ্ঞাঃ দিল্লীয়ে নিষিদ্ধ কৰিলে আলফাক…
সোমবাৰে গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক জাননীত উল্লেখ কৰে যে, কেন্দ্ৰীয় চৰকাৰে ২০২৪ ৰ ২৭ নৱেম্বৰৰ পৰা তাৎক্ষণিকভাৱে পুনৰ ৫ বছৰৰ বাবে ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ অসম (আলফা)ৰ ওপৰত নিষেধাজ্ঞা…