নেপালত প্ৰলয়, বান-ভূমিস্খলনত ১১২ জন নিহত
ধাৰাসাৰ বৰষুণৰ পিছতে নেপালত উদ্ভৱ হোৱা ভয়াবহ বান পৰিস্থিতি আৰু ভূমিস্খলনত মৃত্যুক সাৱটিছে ১১২ জনকৈ লোকে। দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সদৰী কৰা মতে, এই বিভীষিকাময় দুৰ্যোগত আহত হৈছে ১২২ জন…
বাংলাদেশত দুৰ্গা পূজা পাতিলে দিব লাগিব ৫ লাখকৈ টকা!
বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা সংখ্যালঘু হিন্দুক কৰা অত্যাচাৰ দিনক দিনে বৃদ্ধি পাইছে। দেশখনত হিন্দুৰ ওপৰত আক্ৰমণ অব্যাহত থকাৰ সময়তে হিন্দু বিষয়া-কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ লগতে শেহতীয়াকৈ…
এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনেই হ’ব মোৰ অন্তিম যুঁজ : ড’নাল্ড ট্ৰাম্প
পাঁচ নৱেম্বৰত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ শাসকীয় ডেম’ক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থী তথা উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু বিৰোধী ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে জোৰদাৰ প্ৰচাৰ অব্যাহত ৰাখিছে। নিৰ্বাচনৰ দিন চমু চাপি…
লেবাননত ভয়াৱহ পেজাৰ বিস্ফোৰণ
🔹লেবাননত ভয়াৱহ পেজাৰ বিস্ফোৰণ 🔹মঙলবাৰে হিজবুল্লাহৰ সদস্যৰ পেজাৰত কেইবাটাও বিস্ফোৰণ সংঘটিত হয় 🔹এই ধাৰাবাহিক বিস্ফোৰণত এই পৰ্যন্ত নিহতৰ সংখ্যা ১১ 🔹নিহত সকলৰ ভিতৰত ৮জন হিজবুল্লাহ সদস্য, এটি শিশু 🔹ঘটনাত আহত…
২৬ হাজাৰ কোটি পানীত পৰিল আদানীৰ
২৬ হাজাৰ কোটি পানীত পৰিল আদানীৰ ৬টা বেংক একাউণ্টসহ সমুদায় টকা জব্দ কৰিলে ছুইছ বেংকে ৩১০ মিলিয়ন ডলাৰসহ ছুইছ বেংকে জব্দ কৰিলে গৌতম আদানীৰ কেইবাটাও বেংক একাউণ্ট। ছুইজাৰলেণ্ডৰ সংবাদ প্ৰতিষ্ঠান…
ভাৰত বিৰোধী নেতাক সাক্ষাৎ কৰি শাসকীয় দলৰ ৰোষত ৰাহুল গান্ধী
লোকসভা নিৰ্বাচনৰ পিছত প্ৰথমবাৰলৈ আমেৰিকা ভ্ৰমণলৈ গৈ বিপদত পৰিছে কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধী। সম্প্রতি আমেৰিকাৰ বিভিন্ন সম্প্ৰদায়ৰ নেতাক সাক্ষাৎ কৰি আছে ৰাহুল গান্ধীয়ে। য’ত ভাৰত বিৰোধী কৰ্মী…
কোটি টকাৰ সম্পত্তিতকৈ মূল্যৱান উপদেশঃ সন্তানক শিকাৱক এই ১০টা কথা…
ডিজিটেল ডেস্কঃ ছচিয়েল মিডিয়াত এটা বিশেষ পোষ্ট খুবেই ভাইৰেল হৈছে। এগৰাকী দেউতাকে এগৰাকী সন্তানক শিকাব লগীয়া কেইটামান কথা বিশেষ ভাৱে চৰ্চা হৈছে ছচিয়েল মিডিয়াত। এই ১০টা কথা হৈছে- ১. জোতা চিলাই…
পাকিস্তানত নৃশংস ঘটনা! ঘাইপথত বাছৰ পৰা নমাই কমেও ২৩ যাত্ৰীৰ অস্ত্ৰধাৰীৰ গুলীয়াই হত্যা
ডিজিটেল ডেস্কঃ পাকিস্তানৰ বেলিচিস্তানত সোমবাৰে অস্ত্রধাৰী দুৰ্বৃত্তই কৰা গুলীবৰ্ষণত কমেও ২৩ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। দেশখনৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বেলুচিস্তানৰ মুছাখেল জিলাত দুৰ্বৃত্তই বাছৰ পৰা…
ছৌদি আৰৱৰ মৰুভূমিৰ বুকুত বাট হেৰুৱাই ভোকে-পিয়াহে আতুৰ হৈ কৰুণ মৃত্যু ভাৰতীয় যুৱকৰ
ডিজিটেল ডেস্কঃ ছৌদি আৰৱৰ আটাইতকৈ বিপজ্জনক মৰুভূমি হিচাপে পৰিচিত ৰাব আল খলী মৰুভূমিত বাট হেৰুৱাই অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এজন ভাৰতীয় যুৱকে। প্ৰায় ৬৫০ কিলোমিটাৰ বিস্তৃত বিশাল মৰুভূমিখনত জিপিএছ ছিগনেল…
বাংলাদেশৰ তাৰকা ক্ৰিকেটাৰ ছাকিব আল হাছানৰ বিৰুদ্ধে হত্যাৰ অভিযোগ
ডিজিটেল ডেস্কঃ বাংলাদেশত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ মাজতে এটা হত্যাকাণ্ডৰ গোচৰত নাম সাঙোৰ খাই পৰিছে বাংলাদেশ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা দেশখনৰ সবাতোকৈ জনপ্ৰিয় তাৰকা ক্ৰিকেটাৰ ছাকিব আল হাছানৰ। এজন…