শোকাবহ! নেপালৰ নৈত বাগৰি পৰিল ভাৰতৰ যাত্ৰীবাহী বাছ, ১৭ জনৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্কঃ শুকুৰবাৰে নেপালত দুৰ্ঘটনাত পতিত হয় ভাৰতৰ এখন যাত্ৰীবাহী বাছ। চুবুৰীয়া দেশখনৰ তানাহুন জিলাৰ মৰছাংগী নদীত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ৪০ জন যাত্ৰী কঢ়িয়াই নিয়া ভাৰতীয় বাছখন। তানাহুন জিলা…

শিশু আৰু মহিলাক যৌন নিৰ্যাতনৰ অপৰাধত আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় চিকিৎসক

ডিজিটেল ডেস্কঃ আমেৰিকাত শিশু আৰু মহিলাৰ্ ওপৰত একাধিক যৌন নিৰ্যাতনৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে এজন ভাৰতীয় চিকিৎসকক। ভাৰতৰ পৰা গৈ আমেৰিকাৰ হাস্পতালত চিকিৎসক হিচাপে কৰ্মৰত হৈ থকা আভ্যন্তৰীণ চিকিৎসাৰ বিশেষজ্ঞ…

১১৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ বিশ্বৰ আটাইতকৈ বৰ্ষীয়ান মহিলা মাৰিয়া ব্ৰনয়ানছৰ

ডিজিটেল ডেস্ক: বিশ্বৰ আটাইতকৈ বৰ্ষীয়ান মহিলাগৰাকীৰ দেহাৱসান। ১১৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে বিশ্বৰ আটাইতকৈ বয়সস্থ মহিলা হিচাপে স্বীকৃতিপ্ৰাপ্ত মাৰিয়া ব্ৰনয়ানছ ম’ৰিয়াৰ। উল্লেখ্য যে, ২০২৩ চনত স্পেইনৰ নিবাসী মাৰিয়াক…

চীনত মুষলধাৰ বৰষুণৰ তাণ্ডৱ! ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত ৫০ জনৰ মৃত্যু, সন্ধানহীন ১৫ জন

ডিজিটেল ডেস্ক: আমফানৰ ফলত হোৱা প্ৰচণ্ড বৰষুণে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি কৰিছে মধ্য চীনৰ হুনান প্ৰদেশৰ জিক্সিং চহৰত। স্থানীয় কৰ্তৃপক্ষই সদৰী কৰা মতে, প্ৰচণ্ড বৰষুণৰ ফলত সৃষ্ট ক্ষন্তেকীয়া বান আৰু…

সাজু হওক! শীঘ্ৰে আপুনিও ভ্ৰমণ কৰিব পাৰিব বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশখন…

ডিজিটেল ডেস্কঃ ব্যস্ত জীৱনৰ পৰা অলপমান সকাহ বিচাৰি কোনো এখন নতুন ঠাইলৈ ভ্ৰমণ কৰিব বিচাৰিছে নেকি? তেন্তে হয়তো শীঘ্ৰেই আপোনাৰ বাবে সম্ভৱ হ’ব বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশখন ভ্ৰমণ কৰাৰ। বাতৰি…

ৰাজসিংহাসনত ৰূপময়ী কন্যা, বিশ্বজুৰি চৰ্চা

সুন্দৰী কন্যা এগৰাকী ৰাজসিংহাসনত বহিছে৷ তাকে লৈ সমগ্ৰ বিশ্বত চৰ্চা হৈছে৷ চৰ্চা হ’বই৷ তেওঁ সঁচাকৈ ৰূপৱতী৷ এছিয়া মহাদেশৰ দেশ থাইলেণ্ডৰ শাসক পৰিৱৰ্তন হৈছে৷ নতুন শাসকগৰাকীয়ে দায়িত্বভাৰ লাভ কৰিছে৷ নতুনকৈ দায়িত্বভাৰ…

এলন মাস্কৰ ইমেইলৰ উত্তৰ নিদিয়াটোৱেই অপৰাধ! জ্যেষ্ঠ কৰ্মচাৰীক চাকৰি এৰিবলৈ বাধ্য কৰাই ৫ কোটি টকাৰ ক্ষতিপূৰণ ভৰিবলগীয়া হ’ল X-য়ে

ডিজিটেল ডেস্কঃ এগৰাকী জ্যেষ্ঠ কৰ্মচাৰীক অন্যায়ভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰি ভাৰতীয় মূল্যত প্ৰায় ৫ কোটি টকাৰ ক্ষতিপূৰণ ভৰিবলগীয়া হ’ল এলন মাস্কৰ এক্স (পূৰ্বে টুইটাৰ)য়ে। বাতৰি অনুসৰি, এক্সৰ আয়াৰলেণ্ডস্থিত ইউৰোপীয় মুখ্য…

আকৌ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে তুলিছে খলকনি! আদানীৰ সৈতে কি সম্পৰ্ক ছেবিৰ অধ্যক্ষ মাধৱী বুচৰ

নিউজ ডেস্কঃ আকৌ এবাৰ ভাৰতৰ ধনাঢ্য পুজিপতি গৌতম আদানীক লৈ বিস্ফোৰণ ঘটনাইছে আমেৰিকান শ্বৰ্ট চেলিং কোম্পানী হিণ্ডেনবাৰ্গে। ডেৰ বছৰ পূৰ্বে একেটা কোম্পানীয়েই আদানীৰ কোম্পানীৰ জালিয়াতিক লৈ প্ৰকাশ কৰা এখন বিশদ…

প্ৰতিবাদকাৰীৰ সকিয়নীৰ পিছতে পদত্যাগ বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ

ডিজিটেল ডেস্কঃ বাংলাদেশৰ ব্যাপক হিংসাত্মক পৰিস্থিতি আৰু প্ৰতিবাদকাৰীৰ দ্বাৰা পদত্যাগৰ দাবী উত্থাপনৰ পিছতে শনিবাৰে ন্যায়াপালিকাৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰে বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ওবাইদুল হাছানে। শনিবাৰে ঢাকাৰ উচ্চতম…

মই এতিয়াও কঁপি আছো…! ব্ৰাজিলৰ বিমান দুৰ্ঘটনাত নিহত ৬২ জন, সৌভাগ্যই প্ৰাণ ৰক্ষা কৰিলে কেইবাজনৰো

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ব্ৰাজিলৰ চাও পাওলোৰ সমীপত সংঘটিত হোৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু ঘটে বিমানখনত থকা ৬২ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰৰ। জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত বিমানখনত ৫৮…