
- CIDৰ নাক কাটিলে সৰোজে!
- ট্ৰেডিং কেলেংকাৰীত ফচিল CID
- CIDৰ লেন্স নায়ক সৰোজ ডেকা পৰিল আৰক্ষীৰ জালত
- গুৱাহাটীৰ CIDৰ কাৰ্যালয়ত কৰ্মৰত আছিল সৰোজ ডেকা
- আন এজন আৰক্ষী জোৱানে লাভৰ প্ৰলোভন দি টকা আনি দিছিল সৰোজ ডেকাক
- অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত অঞ্জন দাসে টকা আনি দিছিল সৰোজ ডেকাক
- অঞ্জন ডেকাৰ মাতৃৰ মন্তব্যৰ ভিত্তিত আৰক্ষীৰ জালত পৰিল CIDৰ বিষয়া