গুৱাহাটীলৈ অনা হ’ব বিশাল ফুকনক; চি আই ডিয়ে চলাব জেৰা!

ট্ৰেডিঙৰ নামত হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰি ধৰা পৰা মহাপ্ৰবঞ্চক বিশাল ফুকনক গুৱাহাটীলৈ অনা হ’ব।

বৰ্তমান ডিব্ৰুগড় কাৰাগাৰত আছে বিশাল ফুকন। আদালতত আবেদন জনাই SITয়ে বিশাল ফুকনক নিজৰ জিম্মাত বিচাৰিব।

ইতিমধ্যে ডিব্ৰুগড়ৰ বিশাল ফুকনৰ গোচৰ CID লৈ হস্তান্তৰ কৰা হৈছে। অসম আৰক্ষীৰ CIDৰ SITয়ে আৰম্ভ কৰিব এই গোচৰৰ তদন্ত।

উল্লেখযোগ্য যে, শনিবাৰে ডিব্ৰুগড় আদালতত হাজিৰ কৰোৱাৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় মহাপ্ৰবঞ্চক বিশাল ফুকনক।

বিশাল ফুকনৰ প্ৰবঞ্চনাৰ ঘটনাৰে সাঙোৰ খাই পৰিছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ কেইবাগৰাকীও তাৰকাৰ নাম।

ইয়াৰ পিছতে অসম আৰক্ষীয়ে এই ঘটনাৰ তদন্তৰ দায়িত্ব চিআইডিক অৰ্পণ কৰে। প্ৰয়োজনসাপেক্ষে তদন্তৰ ভাৰ চিবিআইকো দিয়া হ’ব বুলি শনিবাৰে ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

Related Posts

ৱাকফ আইন বাতিলৰ দাবীত চচলত আমছুৰ উত্তাল প্ৰতিবাদ

আজি গুৱাহাটী মহানগৰীৰ চচলত আমছুৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ২ সহস্ৰাধিক আমছুৰ নেতা-কৰ্মীয়ে চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ৱাকফ সংশোধনী আইন বাতিলৰ দাবী উত্থাপন কৰে৷ চচলৰ আকাশ-বতাহ কপাই আমছুৱে…

নাওবৈচাৰ চিলনীবাৰী ৰে’ল ষ্টেচনত ৰে’ল দুৰ্ঘটনা

এইবাৰ অসম সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা৷ দুৰ্ঘটনাগ্ৰস্ত ৰে’ল খনৰ নম্বৰ ১২১৭৮৷ উত্তৰ অসমত চলন্ত ৰে’লৰ ইঞ্জিন চ্যূত হোৱাত প্ৰায় চাৰি কিঃমিঃ পৰ্যন্ত ইঞ্জিন অকলে গতি কৰে৷ ইঞ্জিনৰ পৰা দবাচ্যূত হোৱাৱাত…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…