আজি ঝাৰখণ্ডত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। ঝাৰখণ্ড বিধানসভাত আসনৰ সংখ্যা ৮১ খন । ইয়াৰে ভিতৰত ৪৪ খন অসংৰক্ষিত । ২৮ খন এছ টিৰ বাবে আৰু ৯ খন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ঝাৰখণ্ডত ১৫ অক্টোবৰলৈকে মুঠ ২.৬ কোটি ভোটাৰ আছে । ইয়াৰে ভিতৰত ১.২৯ কোটি মহিলা আৰু ১.৩১ কোটি পুৰুষ । আনহাতে, এই নিৰ্বাচনত ১১.৮৪ লাখ যুৱ ভোটাৰে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব।
ইফালে ঝাৰখণ্ডৰ লগতে আজি বিভিন্ন ৰাজ্যৰ ৪৭ খন বিধানসভা আৰু ৱায়নাড় লোকসভা আসনৰ বাবে উপ-নিৰ্বাচন ১৩ নৱেম্বৰত অনুষ্ঠিত হৈছে।
কোন ৰাজ্য়ৰ কেইটা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে উপ নিৰ্বাচনঃ-
বিহাৰ (৪টা সমষ্টি)
২০৩ নম্বৰ ৰামগড়
১৯৬ নং তাৰাৰি
২২৭ নং ইমামগঞ্জ
২৩২ নং বেলাগঞ্জ
গুজৰাট (এটা)
৭ নং ভাভ
কৰ্ণাটক (তিনিটা)
৮৩ নং শ্বিগগাঁও
৯৫ নং ছন্দুৰ
১৮৫ নং চান্নাপাটনা
কেৰালা (তিনিটা, দুটা বিধানসভা আৰু এটা লোকসভা)
৫৬ নং পালাক্কাড়
৬১ নং চেলাক্কাৰা
৪ নং ৱায়নাড় (লোকসভা সমষ্টি)
মধ্যপ্ৰদেশ (দুটা)
১৫৬ নং বুধনি
০২ নং বিজয়পুৰ
মহাৰাষ্ট্ৰ (এটা)
১৬ নং নানডেড (লোকসভা সমষ্টি)
মেঘালয় (এটা)
৫৬ নং গামবেগ্ৰে
পঞ্জাব (চাৰিটা)
৮৪ নং গিড্ডাৰবাহা
১০ নং ডেৰা বাবা নানক
১০৩ নং বাৰনালা
৪৪ নং চাব্বেৱাল
ৰাজস্থান (৭ টা)
১৬১ নং চোৰাচি
১১০ নং খিন্বছৰ
৮৮ নং ডৌচা
২৭ নং ঝুনঝুনু
৮৭ নং দেউলি উনিয়াৰা
১৫৬ নং ছেলুমবাৰ
৬৭ নং ৰামগড়
ছিকিম (দুটা)
০৭ নং চোৰেং-চাকুং
১১ নং নামচি চিংঘিটাং
উত্তৰ প্ৰদেশ (৯ টা)
১৬ নং মীৰাপুৰ
২৯ নং কুণ্ডাৰ্কি
৫৬ নং গাজিয়াবাদ
৭১ নং খৈৰ
১১০ নং কাৰহাল
২৫৬ নং ফুলপুৰ
২৭৭ নং কাটিহাৰি
৩৯৭ নং মাঝৱান
২১৩ নং ছিচামাউ
উত্তৰাখণ্ড (এটা)
০৭ নং কেদাৰনাথ
পশ্চিমবংগ (৬ টা)
২৫১ নং তালডাংগ্ৰা
০৬ নং সিতাই (এছ চি)
১০৪ নং নয়হাতি
১২১ নং হাৰোৱা
২৩৬ নং মেদিনীপুৰ
১৪ নং মদাৰিহাট