ধুবুৰীত ভয়ংকৰ নাও দুৰ্ঘটনাঃ ৫ শিশু নিৰুদ্দেশ

ধুবুৰীৰ কাউনীবাৰী সমীপৱৰ্তী সাধুৰ বজাৰ টিপকাই নদীত সংঘটিত হৈছে নাও দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৫ শিশু নিৰুদ্দেশ হোৱাৰ লগতে ২০ জনকৈ যাত্ৰী আহত হৈছে।জানিব পৰা মতে এখন বিবাহ যাত্ৰী কঢ়িওবা যন্ত্ৰ চালিত নাও আৰু ৰলাৰ উঠোৱা দুখন নাওৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

গুৰুতৰ ভাৱে আহতসকলক ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। এই দুৰ্ঘটনাত প্ৰকৃততে কিমানগৰাকী যাত্ৰী নিৰুদ্দেশ হৈছে তাৰ সঠিক তথ্য এতিয়ালৈকে লাভ কৰা নাই।

ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈছে আটানী আৰক্ষী আৰু উদ্ধাৰকাৰী। এই ঘটনাৰ পাছতে টিপকাই নদীৰ পাৰত উঠিছে এতিয়া কেৱল কান্দোনৰ ৰোল।

  • Brahmaputra Times

    Related Posts

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা সাংসদ পাপ্পু যাদৱৰ। ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলাবলৈ আজি ঝাৰখণ্ড ভ্ৰমণলৈ অহা সাংসদ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰে ৷ অৱশ্যে…

    নিৰ্বাচনী নিৰ্দেশ উলংঘা কৰি নিলম্বিত ৫ ACS বিষয়া…

    ৰাজ্যৰ ৫ গৰাকী ACS বিষয়াক নিলম্বন নিৰ্বাচনী নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত নিলম্বন নিলম্বন কৰা হৈছে ACS কংকনজ্যোতি শইকীয়াক নিলম্বন পৰিস্মিতা দিহিঙীয়া, জিণ্টু শৰ্মা, সৰোজ কুমাৰ ডেকাক আনজন নিলম্বিত ACS বিষয়া…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…