
ডিজিটেল ডেস্ক: শিশু এটা ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকৰ অভ্যাস সলনি হৈ পৰে। এই সময়ছোৱাত তেওঁলোকৰ অভ্যাসবোৰে জীৱনটোক প্ৰভাৱিত কৰে।এই অভ্যাসৰ অন্যতম মিছা কথা কোৱাটোও এনে অভ্যাসৰ অন্যতম।কিন্তু বহু অভিভাৱকে সন্তানৰ এই ভুল লুকুৱাবলৈ চেষ্টা কৰে। যিটো শিশুটিৰ সঠিক বিকাশত হেঙাৰ হ’ব পাৰে।হয়, সময় থাকোতেই সন্তানৰ এই বদ অভ্যাস এৰুৱাবলৈ অভিভাৱকে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে।এইসমূহ হৈছে-