ভাৰতীয় নৌসেনাৰ চাবমেৰিনৰ খুন্দাত ধৰাশায়ী ১৩ জনীয়া মাছমৰীয়া নাৱ…

গোৱা উপকূলত ভাৰতীয় নৌসেনাৰ এখন চাবমেৰিনে মাছমৰীয়া নাৱত খুন্দিওৱা ফলত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত মাছ ধৰা নাৱখন সাগৰত ডুব যায়। ফলত মাছমৰীয়া নাৱখনৰ চালক দলৰ দুজন লোক সন্ধানহীন হয়।

নৌসেনাৰ এজন বিষয়াই জনোৱা মতে,নৌসেনাই বহু কষ্টৰ অন্তত ১১ জন মাছমৰীয়াক সোশৰীৰে উদ্ধাৰ কৰে। লগতে সন্ধানহীন লোক দুজনক বিচাৰি নৌসেনাই অভিযান চলাই আছে।

নাওখনত থকা ১৩জন মাছমৰীয়াৰ ভিতৰত ইতিমধ্যে ১১জন মাছমৰীয়া উদ্ধাৰ হৈছে। বৃহস্পতিবাৰে সন্ধিয়া এই ঘটনা  সংঘটিত হৈছিল। ভাৰতীয় নৌসেনাই উক্ত দুৰ্ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

অঞ্চলটোত নিৰুদ্দেশ হোৱা মাছমৰীয়াসকলক বিচাৰি উলিয়াবলৈ ভাৰতীয় উপকূলৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। নিৰুদ্দেশ হৈ থকা লোক কেইজনৰ সন্ধানত ৬ খন জাহাজে অভিযান অব্যাহত ৰাখিছে।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে