টি-২০ত বাংলাদেশৰ বিৰুদ্ধে ৩-০ ব্যৱধানত জয় ভাৰতৰ

ডিজিটেল ডেস্কঃ টেষ্ট শৃংখলা জয় কৰাৰ পাছত বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলাও ৩-০ ব্যৱধানত জয় কৰিলে ভাৰতীয় দলটোৱে। ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত তৃতীয়খন টি-২০ খেলত শনিবাৰে ভাৰতে প্ৰথমে বেটিং কৰি ২৯৭ ৰাণৰ পৰ্বতসদৃশ স্ক’ৰ সংগ্ৰহ কৰে । হায়দৰাবাদত অনুষ্ঠিত এই খেলখনত ভাৰতীয় দলটোৱে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

ভাৰতীয় দলে বাংলাদেশৰ বিৰুদ্ধে বেটছমেনসকলৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে টি-২০ৰ দ্বিতীয় সৰ্বাধিক ৰাণ কৰে। উল্লেখ্য যে ৰিয়ান পৰাগে ১৩ টা বলত ৪ টা ছয় আৰু এটা চাৰিৰে ৩৪ ৰাণ, হাৰ্ডিক পাণ্ডিয়াই ১৮ টা বলত ৪ টা ছয় আৰু সম সংখ্যক চাৰিৰে ৪৭ ৰাণ সংগ্ৰহ কৰে। হায়দৰাবাদত অনুষ্ঠিত হোৱা শনিবাৰৰ মেচখনত ভাৰতীয় দলটোৱে কেইবাটাও নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে।

  • Brahmaputra Times

    Related Posts

    ৰাঁচীত আৰম্ভ টি-২০ চেলেঞ্জাৰ ট্ৰফী, টিম-ডিত অসম কন্যা মণিষা

    টি-২০ চেলেঞ্জাৰ ট্ৰফী-২০২৪ আজিৰে পৰা আৰম্ভ হৈছে৷ ১৭ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ভাৰতৰ অন্যতম মহিলা ক্ৰিকেটৰ মুখ্য ঘৰুৱা টি-২০ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ঝাৰখণ্ডৰ ৰাচীত। সকলো মেচ ৰাঁচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম…

    জল্পনা- কল্পনাৰ অন্তঃ আই পি এল ২০২৫ৰ ফ্ৰেন্সাইজিৰ ৰিটেইন খেলুৱৈৰ তালিকা প্ৰকাশ

    আই পি এল ২০২৫ৰ ফ্ৰেন্সাইজিসমূহৰ ৰিটেইন খেলুৱৈৰ তালিকা প্ৰকাশ পালে । এইবেলি নিজ নিজ ফ্ৰেন্সাইজিয়ে এৰিলে ৩ গৰাকী ভাৰতীয় খেলুৱৈ ক্ৰমে ঋষভ পণ্ট, কে এল ৰাহুল আৰু শ্ৰেয়স আয়াৰক। আনহাতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা