
জম্মু-কাশ্মীৰৰ চৰকাৰ গঠন কৰিব কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে
নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লা হ’ব মুখ্যমন্ত্ৰী
এনচি-কংগ্ৰেছে ৪৮ খন আসনত লাভ কৰাটো খাতাং
বিজেপি ২৭ খন আসন লাভ কৰিব
ৰাজ্যখনৰ নিৰ্বাচনত এনচি আৰু কংগ্ৰেছৰ মিত্ৰতা কৰিছে
১০ বছৰৰ পিছত জম্মু আৰু কাশ্মীৰত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল