জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰঃ নিহত শীৰ্ষ পাকিস্তানী সন্ত্ৰাসবাদী

শনিবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰি খানিয়াৰ অঞ্চলত তালাচী অভিযান আৰম্ভ কৰে ৷ নিৰাপত্তাৰক্ষীৰ অভিযানৰ সময়ত অঞ্চলটোত এটা আৱাসগৃহত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীটোৱে গুলীচালনা আৰম্ভ কৰে ৷ প্ৰত্য়ুত্তৰত নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে ৷

জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী বিষয়াই বিয়লি জনোৱা মতে, শ্ৰীনগৰত দিনজোৰা এনকাউণ্টাৰৰ অন্ত পৰে আৰু এটা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে ৪জন নিৰাপত্তা বাহিনীৰ জোৱান আহত হয় ।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শকে নিশ্চিত কৰিছে যে এটা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে দুজন আৰক্ষী আৰু দুজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান আহত হৈছে । তেওঁ নিহত সন্ত্ৰাসবাদীটোক মষ্ট ৱাণ্টেড পাকিস্তানী সন্ত্ৰাসবাদী অধিনায়ক ওছমান ওৰফে ছোটা ৱালিদ বুলি চিনাক্ত কৰি লগতে কয় যে, “নৱেম্বৰ মাহত তেওঁ পৰিদৰ্শক মাছৰুৰ আহমেদ ৱানীক হত্যাৰ সৈতে জড়িত আছিল ।”

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে