পুনৰ কচুতলি উচ্ছেদৰ নিৰ্দেশ আয়ুক্ত সুমিত ছাত্তাৱনৰ…

পুনৰ সন্দেহযুক্ত নাগৰিকেৰে ভৰি পৰিছে সোণাপুৰৰ কচুতলি। উচ্ছেদৰ পাছত পুনৰ একাংশ উচ্ছেদিত লোকে বাহৰ পাতিছে কচুতলি অঞ্চলত। একাংশ উচ্ছেদিত লোকক বিদ্যুৎ সংযোগ দিয়াৰ পিছত দেওবাৰে উক্ত স্থানত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত গৰাকী উপস্থিত হয়।

জিলা আয়ুক্ত সুমিত ছাত্তাৱনে চামতা অঞ্চলত অবৈধভাবে মাটি বেদখল কৰা লোক সকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ ডিমৰীয়া সম জিলা আয়ুক্তক। উল্লেখ্য যে, কচুতলিকে ধৰি ডিমৰীয়াৰ কেইবাটাও অঞ্চলত পুনৰ উচ্ছেদ চলাবলৈ ইতিমধ্যে জৰীপৰ কাম আৰম্ভ হৈছে। মছজিদত থকা লোকসকলক সেই স্থান খালী কৰাৰ নিৰ্দেশ দিয়ে জিলা আয়ুক্ত গৰাকীয়ে।

ইফালে কচুতলিৰ উচ্ছেদিতক আশ্ৰয় প্ৰদানৰ অভিযোগত প্ৰশাসনে কচুতলিৰ DBI ইটা উদ্যোগটো চীল কৰে। আজি পুৱা ১২ বজাত ডিমৰীয়াৰ দল সংগঠনৰ নেতৃত্বৰ সৈতে সম জিলাৰ কাৰ্যালয়ত জিলা আয়ুক্ত গৰাকীয়ে পৰৱৰ্তী উচ্ছেদ সন্দৰ্ভত এক আলোচনাত মিলিত হয়।

  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ