ছবিগৃহত মুক্তি নাপালে কংগনাৰ ইমাৰ্জেন্সি; কিন্তু কিয়?

অৱশেষত মুক্তি নাপালে কংগনা ৰানাৱটৰ বহুচৰ্চিত ইমাৰ্জেঞ্চি ছবিখন। শুকুৰবাৰে কংগনা ৰানাৱট অভিনীত আৰু পৰিচালিত ইমাৰ্জেঞ্চি ছবিখন মুক্তি পোৱাৰ কথা আছিল। কিন্তু কোনো অজ্ঞাত লোকৰ ভাবুকিৰ বাবে চেন্সৰ ব’ৰ্ডে মুক্তিৰ প্ৰমাণপত্ৰ দিবলৈ অসমৰ্থ হোৱাৰ বাবেই সম্ভৱ নহ’ল ইমাৰ্জেঞ্চিৰ মুক্তি।

এইক্ষেত্ৰত ছবিখনৰ প্ৰযোজকে ন্যায়ালয়ৰ কাষ চাপে যদিও ছবিখনৰ মুক্তিৰ ক্ষেত্ৰত কোনো ইতিবাচক ফল লাভ নকৰে।

ছবিখনত এসময়ৰ খালিস্তান আন্দোলনৰ মুৰব্বী জানেৰ্ইল সিং ভিন্দ্ৰাৱেলৰ দীঘলীয়া চৰিত্ৰ আৰু খালিস্তান আন্দোলন দেখুওৱা হৈছে। তদুপৰি এই ছৱিখনত এসময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ তেওঁৰ শিখ দেহৰক্ষীৰ দ্বাৰা প্ৰাণ হানি হোৱা দৃশ্যও দেখুওৱা হৈছে।

এগৰাকী অজ্ঞাত শিখ ব্যক্তিয়ে এই দৃশ্য ছবিখনৰ পৰা বাদ দিবলৈ দাবী জনাইছে অন্যথা এই দৃশ্য মুক্তি পালে চেন্সৰ ব’ৰ্ডৰ সদস্যক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে। যাৰ বাবে চেন্সৰ ব’ৰ্ডেও ছবিখনৰ মুক্তিৰ ক্ষেত্ৰত প্ৰমানপত্ৰ দিয়াৰ পৰা বিৰত থাকে।

Related Posts

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ নশ্বৰ দেহ । শনিবাৰে সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে সম্পন্ন কৰা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অন্ত্যোষ্টিক্ৰিয়া । অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা স্থলীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…