
- বিধায়ক মানৱ ডেকাৰ ভাতৃয়ে ল’লে চৰম সিদ্ধান্ত।
- আত্মহননৰ দৰে চৰম পন্থা বাছি ল’লে বিধায়কগৰাকীৰ ভাতৃয়ে।
- শনিবাৰে নিশা প্ৰায় ১১-৪৫ বজাত সংঘটিত হয় এই অনাকাঙ্খিত ঘটনা।
- জানিব পৰা মতে দীৰ্ঘদিন ধৰি হতাশাত ভুগি আছিল ভাতৃ কল্যাণ ডেকা।
- নিহত কল্যাণ ডেকাই অসম সচিবালয়ত চাকৰি কৰিছিল।
- সম্প্ৰতি এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।