ব্ৰিকছ সন্মিলন ২০২৪ঃ ৰাছিয়াত উপস্থিত প্ৰধানমন্ত্ৰী মোডী…

ৰাছিয়াৰ কাজান চহৰত ২২ ৰ পৰা ২৪ অক্টোবৰলৈ অনুষ্ঠিত হোৱা ১৬ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব মোডীয়ে। সেই উদ্দেশ্যে আজি ৰাছিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী। এই সন্মিলনৰ মূল কেন্দ্ৰবিন্দু হ’ব এছিয়াৰ দুখন শক্তিশালী দেশৰ বৈঠক। ভ্ৰমণকালত ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী।

উল্লেখ্য যে,এই সন্মিলনৰ প্ৰথম দিনাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। চলিত বৰ্ষত মোডীৰ এয়া দ্বিতীয়টো ৰাছিয়া ভ্ৰমণ। ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে জুলাইত মস্কো ভ্ৰমণ কৰিছিল মোডীয়ে।

কাজানত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলন সন্দৰ্ভত ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় কুমাৰে কয় যে, সন্মিলনৰ কাৰ্যসূচীত সন্নিবিষ্ট আছে- অৰ্থনৈতিক সহযোগিতাৰ অধিক সম্প্ৰসাৰণ,ৰাষ্ট্ৰীয় মুদ্ৰাত বাণিজ্য নিষ্পত্তি, বহনক্ষম উন্নয়ন আদি।

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…