দ্বিতীয়বাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নয়াব সিং ছৈনীয়ে

বিজেপিৰ নয়াব সিং ছৈনীয়ে বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । ছাইনীৰ লগত আৰু ১৩ জন মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে ।

পঞ্চকুলাৰ দশহৰা খেলপথাৰত অনুষ্ঠিত এই শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে নীতিন গাডকাৰী আৰু ৰাজীৱ ৰঞ্জন সিঙৰ দৰে কেন্দ্ৰীয় মন্ত্ৰী। ১৩ জন বিধায়কৰ ভিতৰত ১১ জন বিধায়কে কেবিনেট মন্ত্ৰী আৰু ২ জন ৰাজ্যিক মন্ত্ৰী (স্বাধীন দায়িত্ব) হিচাপে শপত গ্ৰহণ কৰে ।

নয়াব সিং ছৈনীৰ মন্ত্ৰীসভাত জাতি আৰু আঞ্চলিক সমীকৰণৰ ভাৰসাম্য ৰক্ষা কৰা হৈছে ৷ তেওঁৰ মন্ত্ৰীসভাত ২ জন দলিত, ২ জন ব্ৰাহ্মণ, ২ জন জাট, ৪ জন অ’ বি চি, এজন ৰাজপুত, এজন পাঞ্জাবী আৰু এজন বণিয়া গোষ্ঠীৰ লোকে স্থান লাভ কৰিছে ।
  • Brahmaputra Times

    Related Posts

    ১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

    ডিজিটেল ডেস্কঃ অহা ১০ নৱেম্বৰত অন্ত পৰিব দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ কাৰ্যকাল। ইয়াৰ লগে লগে চৰ্চালৈ আহিছে পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ প্ৰসংগ। বিভিন্নজনৰ মনত প্ৰশ্ন উদয় হৈছে কোন…

    সৰ্বানন্দ সোণোৱালসহ দেশৰ ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাৰ পৰা আতৰিব এন এছ জিৰ নিৰাপত্তা

    ডিজিটেল ডেস্কঃ সৰ্বানন্দ সোণোৱালৰ সোঁৱে-বাৱে আৰু দেখা পোৱা নাযাব ক’লা বসনধাৰী দেশৰ দুৰ্ধৰ্ষ নিৰাপত্তা বাহিনী বুলি পৰিচিত এন এছ জিৰ বেষ্টনী ৷ কেৱল সোণোৱালেই নহয়, দেশৰ ৰাজনীতিত অতিকৈ চৰ্চিত ৯…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দ্বিতীয়বাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নয়াব সিং ছৈনীয়ে

    দ্বিতীয়বাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নয়াব সিং ছৈনীয়ে

    ১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

    ১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

    সৰ্বানন্দ সোণোৱালসহ দেশৰ ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাৰ পৰা আতৰিব এন এছ জিৰ নিৰাপত্তা

    সৰ্বানন্দ সোণোৱালসহ দেশৰ ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাৰ পৰা আতৰিব এন এছ জিৰ নিৰাপত্তা

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?