পথ দুৰ্ঘটনা হ’লেই চিকিৎসাৰ বাবে এতিয়াৰে পৰা চৰকাৰে দিব ডেৰ লাখ টকা!

ডিজিটেল ডেস্কঃ পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে অচিৰেই কেন্দ্ৰীয় চৰকাৰে আনিব এখন বিশেষ আঁচনি।  সৰ্বোচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশৰ পিছতে চৰকাৰে এই বিষয়ত নীতি প্ৰস্তত কৰা বুলি জানিবলৈ দিয়ে।

লোকসভাত দিয়া তথ্যত চৰকাৰে জনাইছে যে যান-বাহনৰ ফলত হোৱা পথ দুৰ্ঘটনাৰ বলি হোৱা লোকসকলক ‘নগদবিহীন’ চিকিৎসা প্ৰদানৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। ইতিমধ্যেই চণ্ডীগড় আৰু অসমত পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হৈছে।

পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এটা লিখিত প্ৰশ্নৰ উত্তৰত এই কথা জনায় যে,  পথ দুৰ্ঘটনাত বলি হোৱা লোকসকলক আয়ুষ্মাণ ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত তালিকাভুক্ত চিকিসালয়ৰ ট্ৰমা আৰু পলিমা বিভাগত চিকিসা প্ৰদান কৰা হয়। ভুক্তভোগী লোকসকলক ৭ দিনত ১.৫০ লাখ টকা পৰ্যন্ত সাহায্য প্ৰদান কৰা হব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

  • Brahmaputra Times

    Related Posts

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    ডিজিটেল ডেস্কঃ ভাৰতৰ যদি এখন স্বৰ্গ আছে, সেই স্বৰ্গৰ আত্মাটো আছে মেঘালয়ত- মেঘালয়ৰ মাওডিয়াংডিয়াঙত মেঘালয় স্কিল এণ্ড ইনভেচন হাবৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয় দেশৰ উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে। উল্লেখ কৰা…

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ