তিনিচুকীয়াত NSCN(IM)ৰ কেডাৰসহ জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ

তিনিচুকীয়াৰ পেঙেৰীৰ ইনথেমত NSCN(IM)ৰ কেডাৰসহ জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ।

এজন NSCM(IM)ৰ কেডাৰসহ জব্দ কৰা হৈছে তিনিটা হেণ্ড গ্ৰেনেড, দুটা মেগজিন, দুটা পিষ্টল আৰু অৰ্ধশতাধিক সক্ৰিয় গুলী।

পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নবীন চেতিয়াৰ নেতৃত্বত চলা এক অভিযানত জব্দ কৰা হয় মাৰণাস্ত্ৰখিনি।

NSCNৰ কেডাৰজনক মাৰণাস্ত্ৰসহ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

কি পৰিকল্পনাৰে অস্ত্ৰসহ NSCNৰ কেডাৰগৰাকী অসমত প্ৰৱেশ কৰিছিল সেই কথা এতিয়ালৈ জানিব পৰা হোৱা নাই৷

কেডাৰজনক উজনিৰ IGP সত্যৰাজ হাজৰিকাই জেৰা চলোৱাৰ পিছতহে সকলো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Related Posts

‘পাকিস্তানৰ লগত সু-সম্পৰ্ক আছে কংগ্ৰেছৰ নেতা গৌৰৱ গগৈৰ, গৌৰৱক তুলা-ধূনা মন্ত্ৰী পীযুষ হাজৰীকাৰ

জাগীৰোড সমষ্টিৰ আটাইতকৈ ডাঙৰ সমস্যাটো আছিল বানপানীৰ সমস্যা। আগতে মে’ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে প্ৰায় পাঁচ মাহ সমগ্ৰ মায়ং অঞ্চলটো সাগৰ সদৃশ হৈ পৰিছিল। পাভকাটি, লেহকাটি, আশীগড়, গাগলমাৰি আদি অঞ্চলৰ…

জাতিগত জনগণনাক আদৰণি গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ, “খিলঞ্জীয়া ইছলাম ধৰ্মীৰ স্বতন্ত্ৰ স্বীকৃতি নিশ্চিত হ’ব লাগিব”

আজি দিছপুৰ প্ৰেছ ক্লাৱত এখন গুৰুত্বপূর্ণ সংবাদমেল সম্বোধন কৰি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সভাপতি নুৰুল হকে ভাৰত চৰকাৰে লোৱা জাতিগত জনগণনাৰ সিদ্ধান্তক আদৰণি জনায়। তেওঁ কেন্দ্ৰীয় কেবিনেট আৰু প্ৰধানমন্ত্ৰী…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ