দলগাঁৱত অস্ত্রসহ আটক ৪ জনকৈ চোৰাং চিকাৰী…

দলগাঁৱত আৰক্ষীৰ  চোৰাং চিকাৰী বিৰোধী অভিযান। অস্ত্রসহ ৪জনকৈ চোৰাং চিকাৰীক আটক কৰিছে আৰক্ষীয়ে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনাৰে আহিছিল এই ৪ জন দুধৰ্ষ চোৰাং চিকাৰী। আৰক্ষীয়ে আটকাধীন চোৰাং চিকাৰী কেইজনৰ পৰা এটা . ৩০৩ ৰাইফল, ১০ টা সজীৱ গুলি, তিনিটা মোবাইল, ৫খন মটৰচাইকেল আৰু এখন ই-ৰিক্সা জব্দ কৰে।

আৰক্ষীয়ে আটক কৰা ধৃত কেইজন নুৰ হুছেইন, আবুল হুছেইন, জাফৰ আলী আৰু নুৰ ইছলাম বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, আটাইকেইজনৰ ঘৰ উদ্যানখনৰ কাষৰ কাছোমাৰী সোনাৰী গাঁৱত।

এইখিনিতে উল্লেখ কৰিব পাৰি যে মঙলবাৰে দিনৰ ভাগত দৰং আৰক্ষীয়ে দলগাঁৱৰ কাছোমাৰী সোনাৰী গাঁৱত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বাহন কেইখন জব্দ কৰিছিল। ইফালে আবুল হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত দলগাঁৱৰ কাছোমাৰী সোনাৰী গাঁৱত এটা পুখুৰীত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে অস্ত্রখিনি।

  • Related Posts

    ৰাজ্যত ম’হ যুঁজ-বুলবুলি যুঁজ সম্পূৰ্ণৰূপে বন্ধৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

    অসমত পুনৰ নিষিদ্ধ হ’ল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায়দান । মঙলবাৰে এই গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে লগতে…

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…