স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিজুলী ভৱন ঘেৰাও বিৰোধী ঐক্য মঞ্চৰ

অসমৰ সৰ্বত্ৰে এতিয়া স্মার্ট মিটাৰক লৈ অব্যাহত আছে প্ৰতিবাদ। স্মাৰ্ট মিটাৰৰ জৰিয়তে অধিক বিল দিবলগীয়া হোৱাত এতিয়া অসন্তুষ্ট ৰাজ্যৰ সাধাৰণ জনতা।

বিভিন্ন দল-সংগঠনে স্মার্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে আজি পুনৰ উত্তপ্ত হৈ পৰিল বিজুলী ভৱন।

স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত বিজুলী ভৱন ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী‌ ঐক্যৰ নেতা-কৰ্মীসকলে। প্ৰতিবাদ সাব্যস্ত কৰা শীৰ্ষ নেতাসকলে চৰকাৰক কঠোৰ সমালোচনা কৰে।

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বিধায়ক নুৰুল হুদা, সাংসদ অজিৎ ভূঞাৰ লগতে আন বহু নেতা-কৰ্মী উপস্থিত থাকে।

  • Brahmaputra Times

    Related Posts

    দিল্লীত ৰহস্যজনক অৱস্থাত মৃত্যু গুৱাহাটীৰ যুৱতীৰ

    ৰাজধানী দিল্লীত অসমৰ এগৰাকী মেধাৱী যুৱতীৰ মৃত্যুত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঋতুপৰ্ণা বৰ্মন নামৰ মেধাৱী গৱেষক ছাত্ৰীগৰাকীৰ মঙলবাৰে ৰহস্যজনক অৱস্থাত মৃত্যু হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, দিল্লীৰ দাৰেৱাল নগৰৰ…

    গুৱাহাটীৰ বাৰত ড্ৰাগছ বিক্ৰী, বাৰ-ৰেষ্টুৰেণ্টত বাধ্যতামূলক চিচিটিভি, থাকিব লাগিব অতিৰিক্ত চালক

    গুৱাহাটী মহানগৰ প্ৰশাসন, আবকাৰী বিভাগ আৰু গুৱাহাটী আৰক্ষীৰ চকু খোল খাইছে৷ শেহতীয়াকৈ দীপাৱলীৰ নিশা খানাপাৰাত দুৰ্ঘটনাত পতিত হৈ দীপিত দে’ আৰু কনামিকা বসুমতাৰী নামৰ যুৱক-যুৱতীৰ মৃত্যু হয়৷ সেই নিশা এখন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা