অৱসৰী কৰ্মচাৰীক পুনৰ চাকৰিত ৰাখিব ৰে’লৱে বিভাগে

ৰে’লৱে বিভাগৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। ৬৫বছৰতকৈ কম বয়সত অৱসৰ লোৱা কৰ্মচাৰীসকলক পুনৰ চাকৰিত মকৰল কৰিব ৰেলৱে বিভাগে। বিভাগৰ কৰ্মচাৰীৰ চাহিদা পূৰণৰ উদ্দেশ্যৰে এই সিদ্ধান্ত লৈছে বিভাগে।

ৰে’লৱেৰ এই যোজনা অনুসৰি ৬৫বছৰতকৈ কম বয়সৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে ছুপাৰভাইজাৰ নতুবা ট্ৰেক মেনৰ পদবীৰ বাবে পুনৰ আবেদন কৰিব পাৰিব। শেহতীয়াকৈ বিছনেছ টুডেত প্ৰকাশিত এক খবৰ অনুসৰি এই চাকৰিৰ কাৰ্যকাল মাত্ৰ দুবছৰ।

মেডিকেল ফিটনেছ আৰু অৱসৰগ্ৰহণ কৰা আগৰ ৫বছৰৰ কামৰ ৰেকৰ্ড পৰীক্ষা কৰি পুনৰ চাকৰিত মকৰল কৰিব ৰে’লৱে বিভাগে। ৰেলৱে বিভাগে প্ৰথম পৰ্যায়ত প্ৰায় ২৫হাজাৰ এনে পদৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি, এই ব্যৱস্থাৰ বাবে কেৱল উত্তৰ-পশ্চিম ৰে’লৱেতে খালী আছে ১০হাজাৰ পদ।

  • Brahmaputra Times

    Related Posts

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    আমেৰিকাৰ অভিজাত প্ৰতিষ্ঠান ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন আৰু আমেৰিকাৰ ন্যায় বিভাগে উদ্যোগপতি আদানীৰ বিৰুদ্ধে আমেৰিকাৰ বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ লগতে বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে। গৌতম আদানীৰ লগতে আদানী গ্ৰীণ…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    বৃহস্পতিবাৰে দিল্লীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বায়ুমণ্ডলৰ গুণগত সূচকৰ মান (AQI) ৩৭৯ হৈছে।যোৱা কেইবাদিনো ধৰি দিল্লীত AQI ৪৫০ অতিক্ৰম কৰি প্ৰায় ৫০০ ৰ ঘৰ স্পৰ্শ কৰিছিল। মঙ্গলবাৰে প্ৰায় ৫০০ ত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ