হৈ যাব পাৰে ডাঙৰ বিপদঃ আপুনি কি ৰঙৰ ব্ৰাছেৰে দাঁত ঘহিঁব লাগে, পঢ়ি লওঁক সবিশেষ…

ডিজিটেল ডেস্কঃ জ্যোতিষ শাস্ত্ৰ আপুনি বিশ্বাস কৰক বা নকৰক। জ্যোতিষ শাস্ত্ৰ মতে কাম কৰি বহু লোকে জীৱনত লাভ কৰিছে সফলতা। আজি জানো আহক জ্যোতিষ শাস্ত্ৰৰ মতে, ৰাশি অনুযায়ী আমি কি ৰঙৰ ব্ৰাছেৰে দাত ঘঁহিব লাগে।

  • মেষ ৰাশি – এই ৰাশিৰ লোকে কেৱল ৰূপালী ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিব লাগে।
  • বৃষ ৰাশি- বৃষ ৰাশিৰ লোকে সেউজীয়া ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিবলগীয়া হয়।
  • মিথুন ৰাশি- মিথুন ৰাশিৰ লোকে বগা ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিবলগীয়া হয়।
  • সিংহ ৰাশি- সিংহ ৰাশিৰ লোকে সেউজীয়া ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিব লাগে।
  • কন্যা ৰাশি- এই ৰাশিৰ লোকে ভাল মানৰ ব্ৰাছ ব্যৱহাৰ কৰিব লগা হয়। গতিকে আপোনাৰ ব্ৰাছৰ ৰং ৰূপালী হ’ব লাগে।
  • তুলা ৰাশি- তুলা ৰাশিৰ লোকে ৰঙা ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিব লাগে।
  • বৃশ্চিক ৰাশি- এই ৰাশিৰ লোকে পাতল হালধীয়া বা সৰিয়হ ৰঙৰ টুথব্ৰাছ ব্যৱহাৰ কৰিব পাৰে।
  • ধনু- ক’লা আৰু নীলা ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিলে আপোনাৰ দাঁতৰ বাবে ভাল হ’ব।
  • মকৰ ৰাশি- মকৰ ৰাশিৰ লোকে পাতল নীলা বা ক’লা ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিব পাৰে।
  • কুম্ভ ৰাশি- এই ৰাশিৰ লোকে হালধীয়া ৰঙৰ টুথব্ৰাছ ব্যৱহাৰ কৰাটো ভাল।
  • মীন ৰাশি- মীন ৰাশিৰ লোকে ৰঙা ৰঙৰ ব্ৰাছেৰে দাঁত পৰিষ্কাৰ কৰিব লাগে।
  • Related Posts

    সাৱধান! আপোনাৰো নখ কমোৰাৰ অভ্যাস আছে নেকি?

    নখে প্ৰতিগৰাকী মহিলাৰে সৌন্দৰ্য্য বৃদ্ধি কৰাত এটি বিশেষ ভূমিকা পালন কৰে, কিন্তু আপুনি জানেনে যে এই নখৰ ভিতৰত কিমান বিপদজনক বেক্টেৰিয়া আৰু ভেঁকুৰ লুকাই থাকে, যিবোৰ আপোনাৰ স্বাস্থ্যৰ বাবে ডাঙৰ…

    খাদ্য পেকিং কৰা প্লাষ্টিকৰ কন্টেইনাৰ কিমান স্বাস্থ্যকৰ!

    ব্যস্ততাৰে ভৰা এই জীৱনত বহুতে অৰ্ডাৰ কৰা খাদ্য গ্ৰহণ কৰে ৷ কিন্তু এনে খাদ্য স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক সেয়া জানিলে হয়তো আপুনি আচৰিত হ’ব ৷ কাৰণ খাদ্য পেকিং কৰিবলৈ ব্যৱহাৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…