শোকাবহ! কৰ্মৰত অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু যুৱ শ্ৰমিকৰ, শোকৰ ছাঁ

ৰঙাপাৰাঃ কৰ্মৰত অৱস্থাতে শোণিতপুৰ জিলাৰ ৰঙাপাৰাত বিদ্যুৎস্পৃষ্ট হৈ এজন শ্ৰমিকৰ মৃত্যু ঘটাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। শনিবাৰে সংঘটিত এই দুৰ্ঘটনাত নিহত শ্ৰমিকজনক ৰঙাপাৰা চাহ বাগিচাৰ ভঙাবিল লাইনৰ নিৱাসী ২২ বৰ্ষীয় সূৰজ ধনোৱাৰ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, ৱাৰিছ ইঞ্জিনিয়াৰিং অবজাৰ্ভাৰ নামৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত আছিল সূৰজ ধনোৱাৰ। শনিবাৰে কৰ্মৰত অৱস্থাতে যুৱকজন বিদ্যুৎস্পৃষ্ট হোৱাত তেওঁক সংকটজনক অৱস্থাত তেজপুৰৰ এখন হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ইফালে এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ৰঙাপাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোৰ পৰিস্থিতিৰ তদন্ত কৰে। আনহাতে গাড়ীৰ তেলৰ টেংক নিৰ্মাণৰ বিশেষজ্ঞ কোম্পানীটোৱে কৰ্মচাৰীৰ সুৰক্ষাক আওকাণ কৰা বুলি দাবী কৰি তেওঁৰ পৰিয়ালে ৱাৰিছ ইঞ্জিনিয়াৰিং অবজাৰ্ভাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

  • Related Posts

    ‘নিউক্লিয়াৰ ব্লেকমেইল’ সহ্য কৰা নহ’ব, ‘অপাৰেচন সিন্দূৰ’ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে লোৱা নীতিঃ মোদী

    পেহেলগাম কাণ্ড আৰু যুদ্ধবিৰতিৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ৮ বজাত দেশবাসীক সম্বোধন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক সকীয়নি প্ৰদান কৰে৷ নৰেন্দ্ৰ মোদীয়ে কয় যে তেজ আৰু পানী একেলগে বৈ…

    বাণিজ্য বন্ধ কৰাৰ কথা কোৱাতহে ভাৰত-পাকিস্তানে যুদ্ধ বন্ধ কৰিবলৈ সন্মতঃ ডনাল্ড ট্ৰাম্প

    আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভাৰত আৰু পাকিস্তানৰ মাজত সম্ভাব্য পাৰমাণৱিক যুদ্ধ তেওঁ বন্ধ কৰিছে। সোমবাৰে হোৱাইট হাউচত সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তাত তেওঁ প্ৰকাশ কৰে যে আমেৰিকাই এই…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ