হাইলাকান্দিত ভয়ংকৰ দুৰ্ঘটনা; একেটা পৰিয়ালৰে চাৰিজনৰ মৃত্যু

হাইলাকান্দি জিলাৰ কাটাখাল বাইপাছত সংঘটিত হৈছে ভয়াবহ পথ দুৰ্ঘটনা। এখন এল্ট’ আৰু ইয়ন গাড়ীৰ মাজত হোৱা সংঘৰ্ষত চাৰিগৰাকী লোকৰ মৃত্যু হয়।

থিতাতে নিহত হোৱা চাৰিগৰাকীৰ মাজত আছে এগৰাকী মহিলা।

নিহত আটাইকেইগৰাকী ব্যক্তি ইয়ন গাড়ীৰ যাত্ৰী আছিল। লগতে গুৰুতৰভাৱে আহত হৈছে এল্ট’ত থকা আন তিনি যাত্ৰী। আহতসকলক ইতিমধ্যে উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে।

হাইলাকান্দিৰ কাটাখাল বাইপাছত সংঘটিত দুৰ্ঘটনাটোত নিহতসকল ব্ৰজগোপাল দাস (৬০) তেওঁৰ পত্নী গোপা দাস (৫৫) ৰমেন্দ্ৰ নাৰায়ণ দাস (৫৪) আৰু গাড়ীৰ চালক অজিত দাস।

দুৰ্ঘটনাটোত মৃত্যু হোৱা পৰিয়ালটো বদৰপুৰ ৰেলৱে কলনীৰ বাসিন্দা আছিল।

Brahmaputra Times

Related Posts

গুৱাহাটীৰ বাৰত ড্ৰাগছ বিক্ৰী, বাৰ-ৰেষ্টুৰেণ্টত বাধ্যতামূলক চিচিটিভি, থাকিব লাগিব অতিৰিক্ত চালক

গুৱাহাটী মহানগৰ প্ৰশাসন, আবকাৰী বিভাগ আৰু গুৱাহাটী আৰক্ষীৰ চকু খোল খাইছে৷ শেহতীয়াকৈ দীপাৱলীৰ নিশা খানাপাৰাত দুৰ্ঘটনাত পতিত হৈ দীপিত দে’ আৰু কনামিকা বসুমতাৰী নামৰ যুৱক-যুৱতীৰ মৃত্যু হয়৷ সেই নিশা এখন…

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ…

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদমুখৰ হৈ পৰে সদৌ অসম ছাত্ৰ সন্থা । আছুৰ আহ্বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপায়ণ কৰা হয় বিক্ষোভ কাৰ্যসূচী। বুধবাৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া জিলাৰ…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা