চামগুৰিত বিধায়ক জিতু গোস্বামীৰ বাহনলৈ দুৰ্বৃত্তৰ গুলী নিক্ষেপ…

শনিবাৰে চামগুৰিৰ মৰিপুঠীখাইতীত গুলীচালনাৰ ঘটনা সংঘটিত হয়। বিজেপিৰ পদযাত্রাৰ সময়ত দুৰ্বৃত্তই গুলীচালনাৰ সংঘটিত কৰে। এই পদযাত্রাৰ সময়ত উপস্থিত আছিল বিধায়ক জিতু গোস্বামীসুৰেশ বৰাৰ লগতে বিজেপিৰ কেইবাগৰাকী কৰ্মকৰ্তা ।ইয়াৰোপৰি বিধায়ক জিতু গোস্বামীৰ বাহনলৈও দুৰ্বৃত্তই গুলীচালনা কৰে।

অৱশ্যে সেই সময়ত বিধায়কগৰাকী বাহনখনত উপস্থিত নাছিল, উক্ত সময়ত তেঁও আন আন সতীৰ্থ- কৰ্মীৰ সৈতে পদযাত্ৰাত ব্যস্ত আছিল। কোন দিশৰ পৰা, কোনে গুলী নিক্ষেপ কৰিলে; ইয়াকৈ লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখযোগ্য যে মাগুৰিমাৰীৰ পৰা লাটনিলৈ গৈ আছিল বিজেপিৰ ৰেলী। কিন্তু মৰিপুঠীখাইতী পোৱাৰ পিছতেই হঠাৎ‍ দুৰ্বৃত্তই গুলীচালনা কৰে। ফলত কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। সম্প্ৰতি এই ঘটনাকলৈ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।

  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…