চামগুৰিৰ পৰিস্থিতিক লৈ নগাঁৱৰ ২আৰক্ষী বিষয়াক বদলি…

উপ নিৰ্বাচনক কেন্দ্ৰ কৰি চামগুৰিত নিৰ্বাচনী হিংসাৰ ঘটনা বৃদ্ধি পাইছে। শেহতীয়াকৈ পৰিস্থিতি অধিক অৱনতি ঘটাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হোৱাৰ বাবে নগাঁও জিলাৰ দুই আৰক্ষী বিষয়াক বদলিকৰণৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। নগাওঁ জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়া আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তক বদলিকৰণৰ জাননী ৰাজহুৱা কৰা হৈছে।

উক্ত জাননীত দুয়োগৰাকী বিষয়কা তাৎক্ষণিকভাৱে বদলি কৰাৰ লগতে শীঘ্ৰে তেওঁলোকৰ স্থানত নতুন বিষয়াক নিযুক্তি দিয়াৰ কথাও উল্লেখ কৰা হৈছে।

  • Brahmaputra Times

    Related Posts

    মহানগৰীৰ জলসংকট! প্ৰতিবাদত নামিল আপ…

    গুৱাহাটী পৌৰ নিগম আৰু পয়ঃপ্রণালী ব’ৰ্ডৰ পানী যোগান অনিয়মীয়া হোৱাৰ প্ৰতিবাদত আজি মহানগৰীৰ চানমাৰিত আম আদমী পাৰ্টিয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰ-প্ৰশাসনে বিভিন্ন আঁচনি গ্রহণ…

    ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল…

    নিলম্বিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল বৰবৰাৰ বিৰুদ্ধে ডেলিভাৰী এজেন্ট জ্ঞানদীপৰ গাত হাত উঠাই বিপদত বৰবৰা ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মা প্ৰতিক্ৰিয়া…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা