৯৫ দিনৰ অপেক্ষাৰ অন্তত সাক্ষাৎ হ’ল কিং খানৰ…

এগৰাকী ব্যক্তিক কিমান ভাল পালে মানুহে দিনৰ পাছত দিন, ৰাতিৰ পাছত ৰাতি অপেক্ষা কৰিব পাৰে ? সেয়া কল্পনা কৰিব পৰা সকলে অনুভৱ কৰিব পাৰিব ! তাতে যদি ব্যক্তিগৰাকী জনপ্ৰিয়তাৰ শীৰ্ষত থাকে তেন্তে সেই কথা আৰু অধিক সুকীয়া হৈ পৰে।

শ্বাহৰুখ খান। বলিউদৰ বাদশ্বাহ। এই শ্বাহৰুখ খানৰ অপেক্ষাতে এগৰাকী অনুৰাগীয়ে পাৰ কৰিছিল কত দিন, কত ৰাতি। এদিন, দুদিন নহয় সুদীৰ্ঘ ৯৫ দিন অপেক্ষা কৰিছিল কিং খানৰ বাবে। অৱশেষত অপেক্ষাৰ অন্তত সৌভাগ্য ঘটিল এজন যুৱ অনুৰাগীগৰাকীৰ।

সোমবাৰে প্ৰিয় অভিনেতাগৰাকীয়ে সাক্ষাৎ কৰে অনুৰাগীগৰাকীক। ঝাৰখণ্ডৰ অনুৰাগী জনক সাক্ষাৎ কৰি সেই ফটো ইতিমধ্যে বিভিন্ন মাধ্যমত ৰাজহুৱা কৰিছে। ইতিমধ্যে সামাজিক মাধ্যমত এই ফটোখনে বেচ চৰ্চাও লাভ কৰিছে।

  • Related Posts

    কাৰেন্টৰ বাবেই বিয়া ভাগিছিল শ্ৰীদেৱী আৰু ৰজনীকান্তৰ…

    ডিজিটেল ডেস্কঃ বলিউদৰ চিৰসেউজ অভিনেত্ৰী প্ৰয়াত শ্ৰীদেৱীৰ অনুৰাগীৰ সংখ্যা এতিয়াও কমা নাই। হিন্দী চিনেমাজগতৰ বহু নামী-দামী অভিনেতাৰ সৈতে কাম কৰা শ্ৰীদেৱীৰ প্ৰেমত পৰিছিল এগৰাকী ছুপাৰষ্টাৰ। জানেনে সেই ছুপাৰষ্টাৰগৰাকী কোন? ৰাষ্ট্ৰীয় সংবাদমাধ্যমত…

    নতুন দিল্লীত ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান

    ডিজিটেল ডেস্কঃ   ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে দিল্লীৰ বিজ্ঞান ভৱনত শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা-অভিনেত্ৰীসকলক সন্মানিত কৰে । এই ৰাষ্ট্ৰীয় বঁটাসমূহ এই বছৰৰ ১৬ আগষ্টত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে