চিদলী সমষ্টিৰ উপ-নিৰ্বাচনঃ সমুখ সমৰত নিৰ্মল কুমাৰ ব্ৰহ্ম-শুদ্ধ কুমাৰ বসুমতাৰী

চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বি পি এফ আৰু ইউ পি পি এল দলৰ প্ৰাৰ্থী ঘোষণা। ১৬ নং নিচিমা পৰিষদীয় সমষ্টিৰ প্ৰাক্তন পাৰিষদ তথা চিৰাং জিলা ইউ পি পি এলৰ সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্মক ইউ পি পি এল দলৰ প্ৰাৰ্থী হিচাপে সোমবাৰে ঘোষণা কৰা হয়।

চিৰাং জিলাৰ কাশিকোত্ৰাস্থিত এন ডি এ মিত্ৰজোঁটৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয়ত বিজেপি, অগপৰ লগতে দলীয় নেতৃত্বৰ উপস্থিতিত এক সংবাদমেল আয়োজন কৰি এই ঘোষণা কৰে ইউ পি পি এল দলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে।

নিৰ্মল কুমাৰ ব্ৰহ্মক ইউ পি পি এল তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পাছতেই কাশিকোত্ৰাত প্ৰাক-দীপাৱলীসদৃশ পৰিৱেশৰ সৃষ্টি হয় । আতচবাজী আৰু পুষ্পবৃষ্টিৰ মাজেৰে প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক আদৰণি জনোৱা হয় । উপস্থিত মিত্ৰজোঁটৰ নেতা কৰ্মীসকলে আৰ’নাই, ফুলাম গামোচাৰে তেওঁক উষ্ণ আদৰণি জনোৱাৰ লগতে শুভেচ্ছা জনায় ।

  • Related Posts

    ৰাজ্যত ম’হ যুঁজ-বুলবুলি যুঁজ সম্পূৰ্ণৰূপে বন্ধৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

    অসমত পুনৰ নিষিদ্ধ হ’ল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায়দান । মঙলবাৰে এই গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে লগতে…

    ভাল খবৰ! ৰাষ্ট্ৰীয় বঁটা আহিল মাজুলীলৈ…

     মাজুলী জেংৰাইমুখ গাঁও পঞ্চায়তে লাভ কৰিলে ৰাষ্ট্ৰীয় বঁটা । এইবছৰৰ দীনদয়াল উপাধ্যায় সততা বিকাশ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় জেংৰাইমুখ গাঁও পঞ্চায়তে । শিশু অনুকূল শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…