দুৰ্গা পূজাৰ বাবে SOP জাৰি, মানিব লাগিব এইসমূহ নিয়ম…

শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ আৰু কেইটামান দিন। দুৰ্গা পূজা এক আনন্দৰ উৎসৱ। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বৰ উলহ-মালহেৰে পালন কৰা হয় দুৰ্গা পূজা। ৰাজ্যৰ পূজাসমূহ যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে প্ৰত্যেক জিলা প্ৰশাসনে এক নিৰ্দেশনা জাৰি কৰে।

এইবাৰো পূজা কমিটীসমূহে মানি চলিব লাগিব কিছুমান বিশেষ নিয়ম। শাৰদীয় দুৰ্গা পূজাৰ পূৰ্বে কমিটীসমূহৰ বাবে কামৰূপ (ম) জিলা প্ৰশাসনে বান্ধি দিছে বিশেষ নিয়ম।

নিয়মসমূহ তলত উল্লেখ কৰা হ’ল

দুৰ্গাপূজাৰ পেণ্ডেল নিৰ্মাণত মানিব লাগিব কিছু নীতি-নিয়ম

এই কঠোৰ নীতি-নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা

ৰাজহুৱা মূল পথৰ একেবাৰে কাষতেই বনাব নোৱাৰিব পূজাৰ পেণ্ডেল

ৰাজহুৱা সম্পত্তি, ৰাজহুৱা দেৱাল লগতে প্ৰাকৃতিক সম্পদৰ ওপৰত আঁৰিব নোৱাৰিব পোষ্টাৰ তথা বেনাৰ

ৰাজহুৱা স্থানত কোনোধৰণৰ কাৰ্যালয় বনাব নোৱাৰিব

পেণ্ডেলৰ ১০০ মিটাৰৰ ভিতৰত ব্যৱস্থা কৰিব নোৱাৰিব পাৰ্কিঙৰ

ৰাজহুৱা সামগ্ৰীৰ ওপৰত পোষ্টাৰ তথা পতাকা লগোৱাত নিষেধাজ্ঞা

প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞা

নিশা ১০ বজাৰ পিছত লাউডস্পীকাৰ ব্যৱহাৰত কঠোৰ নীতি-নিয়ম

পেণ্ডেলৰ ভিতৰত আলোকসজ্জাৰ নামত উচ্চ ক্ষমতাসম্পন্ন সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব

গুৱাহাটী চহৰত অনুষ্ঠিত হ’বলগীয়া দুৰ্গা পূজা সন্দৰ্ভত এই নিৰ্দেশনা ।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ