ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা ঘোষণা, চলিত বৰ্ষত ১৩ শিক্ষকক এই বঁটা

গুৱাহাটীঃ আজি ৰাজ্য চৰকাৰে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা ঘোষণা কৰিছে৷ চলিত বৰ্ষত ১৩ শিক্ষকক এই বঁটা প্ৰদান কৰা হৈছে৷ ৫ ছেপ্তেম্বৰত শিক্ষক দিৱসৰ দিনটোত দিয়া হ’ব বঁটাসমূহ৷ ৰাজ্য চৰকাৰৰ উদ্যোগত ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব এইবাৰৰ শিক্ষক দিৱস৷

বিশ্বনাথৰ ৰিপুঞ্জয় বৰদলৈ
কামৰূপৰ হীৰেন কুমাৰ দাস
ডিব্ৰুগড়ৰ বিউতি লেখাৰু শইকীয়া
যোৰহাটৰ মণি দত্ত
লখিমপুৰৰ কল্পনা গগৈ
যোৰহাটৰ প্ৰশান্ত কুমাৰ মহন্ত
তিনিচুকীয়াৰ মিনুৰাণী বৰা
শিৱসাগৰৰ হীৰেন কুমাৰ নেওগ
ধেমাজিৰ গোকুল চুতীয়া
কাছাৰৰ অতনু চৌধুৰী
ডিব্ৰুগড়ৰ সংগীতা দেৱী
শিৱসাগৰৰ লোহিত চেতিয়া

  • Related Posts

    ‘পথত নহয় প্ৰতিযোগিতা, জীৱনেই সৰ্ব্বোচ্চ’, গোৰেশ্বৰত যোগ দিৱস-মটৰ চাইকেল দিৱসত বাইক ৰেলী

    আজি বিশ্ব মটৰ চাইকেল দিৱস৷ বিশ্ব মটৰচাইকেল দিৱস উপলক্ষে আজি গোৰেশ্বৰত সজাগতামূলক বাইক ৰেলী উলিয়াই শতাধিক যুৱকে। যুৱ সমাজকৰ্মী কুলদ্বীপ ৰাজবংশীৰ উদ্যোগত উলিওৱা বাইক ৰেলী যোগে পথ সুৰক্ষাৰ প্ৰতি সচেতনতা…

    ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যোগ দিৱস পালন

    আজি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ১১ তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়৷ ৰাজ্য চৰকাৰৰ উদ্যোগত বাক্সা জিলাৰ শালবাৰীত যোগ দিৱস পালন কৰা হয়৷ ৰাজ্যিক যোগ দিৱস কাৰ্যসূচীত মুখ্যমন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ